সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ ২৬জনৰ দেহত একেলগে ধৰা পৰিল কোৰোণা পজিটিভ

News18 Assam | News18-Assam
Updated:May 22, 2020, 8:20 PM IST
সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰৰ ২৬জনৰ দেহত একেলগে ধৰা পৰিল কোৰোণা পজিটিভ
আজিৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

আজিৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।

  • Share this:
অসমত ভয়ংকৰ ৰূপ লৈছে কোৰোণা ভাইৰাছে। সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত থকা ২৬জন লোকৰ দেহত একেলগে ধৰা পৰিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। অসমত ২৫৬জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। এই কথা টুইটাৰযোগে সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ দিনটোত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোণা ভাইৰাছত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading