• Home
  • »
  • News
  • »
  • assam
  • »
  • লাচিত দিৱস উপলক্ষে ডিফুত ২৫১ গৰাকী প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সদস্যই কাইলৈ কৰিব ৰক্তদান

লাচিত দিৱস উপলক্ষে ডিফুত ২৫১ গৰাকী প্ৰাক্তন বিদ্ৰোহী সংগঠনৰ সদস্যই কাইলৈ কৰিব ৰক্তদান

এই সমগ্ৰ ৰক্তদান কাৰ্যসূচীটো আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই তদাৰক কৰিছে বুলি নিজেই তেওঁ সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে

এই সমগ্ৰ ৰক্তদান কাৰ্যসূচীটো আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই তদাৰক কৰিছে বুলি নিজেই তেওঁ সংবাদ মাধ্য়মৰ আগত প্ৰকাশ কৰে

এদিন পাহাৰত ৰক্তৰে ফাকু খেলা বিদ্ৰোহী সকলে কাইলৈ মানুহৰ জীৱন বচাবলৈ দিব নিজৰ তেজ ৷

  • Share this:
লাচিত দিৱস উপলক্ষে কাইলৈ ২৫১ গৰাকী প্ৰাক্তন বিদ্ৰোহী সদস্যই ডিফু মেডিকেল কলেজত ৰক্ত দান কৰিব ৷

উল্লেখযোগ্য যে, PDCK, KLNLF, UPLA, DNLA, KRA প্ৰমুখ্যে ১১ টা সংগঠনৰ সদস্যই ৰক্ত দান কৰিব ৷

এদিন পাহাৰত ৰক্তৰে ফাকু খেলা বিদ্ৰোহী সকলে কাইলৈ মানুহৰ জীৱন বচাবলৈ দিব নিজৰ তেজ ৷

উল্লেখযোগ্য যে, এই সমগ্ৰ ৰক্তদান কাৰ্যসূচীটোৰ তদাৰক কৰিছে আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷

কাইলৈ পুৱা ১০ বজাৰ পৰা হ’ব এই ৰক্তদান কাৰ্যসূচী ৷
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি