உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ২৫বছৰে ন্যায় নাপালে কৰবী-দুবৰীয়ে, আজিও ভনীয়েক দুজনীৰ ন্যায় বিচাৰি কান্দি উঠে ককায়েক

    ২৫বছৰে ন্যায় নাপালে কৰবী-দুবৰীয়ে, আজিও ভনীয়েক দুজনীৰ ন্যায় বিচাৰি কান্দি উঠে ককায়েক

    কৰবী দাস আৰু কণমাণি দুবৰি ৷ সেয়া আছিল ১৯৯৫চনৰ কথা ৷ ৩১জুলাইৰ নিশা হঠাৎ আততায়ীৰ গুলীত ঢলি পৰিছিল কৰবী দাস ৷

    কৰবী দাস আৰু কণমাণি দুবৰি ৷ সেয়া আছিল ১৯৯৫চনৰ কথা ৷ ৩১জুলাইৰ নিশা হঠাৎ আততায়ীৰ গুলীত ঢলি পৰিছিল কৰবী দাস ৷

    কৰবী দাস আৰু কণমাণি দুবৰি ৷ সেয়া আছিল ১৯৯৫চনৰ কথা ৷ ৩১জুলাইৰ নিশা হঠাৎ আততায়ীৰ গুলীত ঢলি পৰিছিল কৰবী দাস ৷

    • Share this:
    কৰবী দাস আৰু কণমাণি দুবৰি ৷ সেয়া আছিল ১৯৯৫চনৰ কথা ৷ ৩১জুলাইৰ নিশা হঠাৎ আততায়ীৰ গুলীত ঢলি পৰিছিল কৰবী দাস ৷ স্থান এতিয়াৰ অগপ কাৰ্যালয়ৰ পিছফালে ৷ কেৱল কৰবী নহয় মৃত্যুক সাৱটিবলগীয়া হৈছিল কণমানি দুবৰীয়েও ৷ ঘটনাটোত নাম জড়িত হৈ পৰিছিল প্ৰৱল প্ৰতাপী ঠিকাদাৰ ভাগ্য কলিতাৰ ৷ কিন্তু  ২০১৭ৰ ২২আগষ্টত নিম্ন আদালতে নিৰ্দোষী বুলি ৰায় দিলে কলিতাক ৷

    ঘটনাৰে জড়িত বুলি নাম ওলোৱা ছালফা ভূপেন মেধিৰ সন্ধান আজিও নাই ৷ এই ক্ষেত্ৰত ভুল কাৰ? CBIৰ নে অসম আৰক্ষীৰ? প্ৰশ্ন বহুতৰে আছে ৷ পিছে নাই উত্তৰ!

    কৰবী-দুবৰী হত্যাকাণ্ড সংঘটিত হৈছিল ১৯৯৫ চনৰ ৩১ জুলাইত ৷ ৩১জুলাইৰ দিনটো আহিলেই কান্দি উঠে ককায়েক সৌৰভ কুমাৰ দাসৰ হৃদয়। সোধে "কেতিয়া পাব মোৰ ভণ্টিয়ে ন্যায়? পাবনে?"

    অৱশ্যে ল’ক ডাউনেহে কৰিছে বিলম্ব ৷ নিম্ন আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহৈ CBIৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল হোৱা আৱেদনৰ ভিত্তিতে পুনৰ আৰম্ভ হ'ব এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ শুনানী ৷
    Published by:Himangshu Bhuyan
    First published: