News18 AssamNews18 Assam
|
News18-Assam Updated:May 29, 2020, 7:03 PM IST
অসমত এতিয়ালৈ ১০৯জন লোক সুস্থ হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৮১৯জন লোক।
অসমত এতিয়ালৈ ১০৯জন লোক সুস্থ হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৮১৯জন লোক।
অসমত নতুনকৈ আৰু ২৫জন লোক আক্ৰান্ত হৈছে কোভিড–১৯ত। ৰাজ্যত এই ভাইৰাছত আক্ৰান্তৰ মুঠ সংখ্যা হ’লগৈ ৯৩৫জন। নতুনকৈ আক্ৰান্ত ২৫জনৰ ভিতৰত ১১জন কামৰূপ মহানগৰৰ, ৮জন হোজাইৰ আৰু ৬জন বিমান যাত্ৰী। অসমত এতিয়ালৈ ১০৯জন লোক সুস্থ হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে ৮১৯জন লোক। মৃত্যু হৈছে চাৰিজনৰ। এই কথা টুইটাৰযোগে জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।