ৰাজ্যত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা

News18 Assam | News18-Assam
Updated:May 29, 2020, 8:12 AM IST
ৰাজ্যত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা
হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা।

হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা।

  • Share this:
ৰাজ্যত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। নতুনকৈ আৰু ২৪জনৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা। নতুনকৈ আক্ৰান্ত ২৪জনৰ ভিতৰত আছে গোৱালপাৰাৰ ১১জন, নলবাৰীৰ তিনিজন, তিনিচুকীয়াৰ তিনিজন, ডিব্ৰুগড়ৰ দুজন আৰু কামৰূপ, নগাঁও, কাৰ্বি আংলং আৰু ধুবুৰীৰ পৰা এজনকৈ। এজন লোকৰ স্থান চিনাক্ত হোৱা নাই।

বৰ্তমানলৈ অসমত সক্ৰিয় অৰ্থাৎ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৭৭০জন। চাৰিজনৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে ১০৩জন। তিনিজন লোক ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে।

First published: May 29, 2020, 8:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading