ৰাজ্যত ৮৮০জনলৈ বৃদ্ধি পালে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা

হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা।
হাজাৰৰ ঘৰৰ দিশে কোৰোণা ভাইৰাছত আক্ৰান্তৰ ৰোগীৰ সংখ্যা।
- News18 Assam
- Last Updated: May 29, 2020, 8:12 AM IST
বৰ্তমানলৈ অসমত সক্ৰিয় অৰ্থাৎ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ৭৭০জন। চাৰিজনৰ মৃত্যু হোৱাৰ বিপৰীতে সুস্থ হৈছে ১০৩জন। তিনিজন লোক ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে।
📌Alert ~ 24 new cases of #COVID19+
11 Goalpara, 3 Nalbari, 3 Tinsukia, 2 Dibrugarh, 1 each from Kamrup, Nagaon, Karbi Anglong & Dhubri. 1 to ascertain
↗️Total cases 880
↗️Recovered 103↗️Active cases 770
↗️Deaths 04
Update 11.55 pm/ May 28 / Day's total 97#AssamCovidCount pic.twitter.com/7qKwcfqRhy
— Himanta Biswa Sarma (@himantabiswa) May 28, 2020