உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন ঘোষণা

    জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন ঘোষণা

    Source-Google

    Source-Google

    পূৰ্বে ২৪ আগষ্টত আছিল চৰকাৰী বন্ধ

    • Share this:
      জন্মাষ্টমীৰ চৰকাৰী বন্ধৰ নতুন দিন। কাইলৈ অৰ্থাৎ ২৩ আগষ্ট তাৰিখে বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ। জন্মাষ্টমীৰ বন্ধকলৈ বহুতৰে মজত আছিল এক দোধোৰ–মোধোৰ স্থিতি। কিন্তু ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পিছত এতিয়া অৱসান ঘটে পূৰ্বে ২৪ আগষ্টত আছিল চৰকাৰী বন্ধ।

      কাইলৈ বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয়। লগতে বন্ধ থাকিব চৰকাৰী শিক্ষানুষ্ঠানো।
      পূৰ্বে ২৪ আগষ্টত আছিল চৰকাৰী বন্ধ।
      First published: