যুৱকজনৰ নাম কৰ্ণ কুণ্ডল ভৰালী। বয়স ২৩ বছৰ। অসমৰ স্বাস্থ্য, গড়কাপ্তানী, বিত্ত বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভগৱান হিচাপে গণ্য কৰে যুৱকজনে। হিমন্ত বিশ্ব শৰ্মাক যুৱকজনে ইমানেই ভাল পাই যে দুবছৰৰ আগতে নিজৰ হাতত হিমন্ত বিশ্ব শৰ্মাৰ টাটু অংকণ কৰিছিল যুৱকজনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 21, 2019, 17:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।