লকডাউনৰ সময়ত কামৰূপ মহানগৰত খোলা থাকিব এই ২৩টা পেট্ৰ’ল পাম্প

এই চৈধ্য দিনৰ লকডাউনৰ সময়ত খোলা থাকিবলগীয়া পেট্ৰ’ল পাম্পসমূহৰ কৰ্মচাৰীৰ পোছাক, পৰিচয় পত্ৰ, মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে।
এই চৈধ্য দিনৰ লকডাউনৰ সময়ত খোলা থাকিবলগীয়া পেট্ৰ’ল পাম্পসমূহৰ কৰ্মচাৰীৰ পোছাক, পৰিচয় পত্ৰ, মাস্ক আৰু ছেনিটাইজাৰ বাধ্যতামূলক কৰিছে প্ৰশাসনে।
- News18 Assam
- Last Updated: June 28, 2020, 10:39 PM IST
১. আশা ফিলিং ষ্টেচন, টেপেচিয়া, এন এইচ ৩৭
২. চান্দমল চেৰাউগী এণ্ড কো., সোণাপুৰ
৪. লখৰা ছাৰ্ভিচ ষ্টেচন, লখৰা, এন এইচ ৩৭
৫. ভৱানী ছাৰ্ভিচ ষ্টেচন, সাওকুছি, এন এইচ ৩৭
৬. স্বাগত আৰ অ’, আইএছবিটি, বেতকুছি, এন এইচ ৩৭
৮. নৰ্থ ইষ্ট ছাৰ্ভিচ ষ্টেচন, জালুকবাৰী, এন এইচ ৩৭
৯. প্ৰদীপ অইল ডিপো, ধাৰাপুৰ
১০. এছ কে এছ ছাৰ্ভিচ ষ্টেচন, লালমাটি
১১. চান্দমল চেৰাউগী এণ্ড ছনছ, দিশপুৰ
১২. থানচিং নাটমল, উলুবাৰী
১৩. চান্দমল চেৰাউগী, উলুবাৰী
১৪. সঞ্জীৱনী ফুৱেল পইণ্ট, বেলতলা
১৫. এন আৰ এল, জয়ানগৰ
১৬. ভৈৰৱী ছাৰ্ভিচ ষ্টেচন, জটিয়া
১৭. এন আৰ এল , আদাবাৰী
১৮. ভৰালী ছাৰ্ভিচ ষ্টেচন, লালগণেশ
১৯. চান্দমল চেৰাউগী এণ্ড কো, পল্টন বজাৰ
২০. গুৱাহাটী ৰিফাইনাৰী, নুনমাতি
২১. কামাখ্যা এনাৰ্জি পইণ্ট, ভেটাপাৰা
২২. এনাৰ্জি ছাৰ্ভিচ ষ্টেচন, জ্যোতিকুছি
২৩. মঠঘৰীয়া অটো ছাৰ্ভিচ, ফৰেষ্ট গে’ট, নাৰেংগী