• Home
  • »
  • News
  • »
  • assam
  • »
  • শিৱসাগৰৰ নামতি দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত কোৰোণাৰ আতংক, ৩ গৰাকী শিক্ষক, ২২ গৰাকী শিক্ষাৰ্থীৰ দেহত কোৰোণাৰ অৱস্থিতি

শিৱসাগৰৰ নামতি দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত কোৰোণাৰ আতংক, ৩ গৰাকী শিক্ষক, ২২ গৰাকী শিক্ষাৰ্থীৰ দেহত কোৰোণাৰ অৱস্থিতি

বৃহস্পতিবাৰে প্ৰথম ২ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি।

বৃহস্পতিবাৰে প্ৰথম ২ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি।

বৃহস্পতিবাৰে প্ৰথম ২ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি।

  • Share this:

  • শিৱসাগৰ জিলাৰ নামতি দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত আতংক।

  • ৪ গৰাকী শিক্ষক আৰু ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল কোভিড-১৯।

  • কেৱল শুকুৰবাৰৰ দিনটোতে ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল কোভিড-১৯।

  • বৃহস্পতিবাৰে প্ৰথম ২ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি।

  • সেই সূত্ৰে শুকুৰবাৰে ৯২ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰী সকল কৰোৱা হৈছিল কোভিড পৰীক্ষা।

  • কোভিড পৰীক্ষাৰ অন্তত ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰে এই ভাইৰাছ।

  • এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত।

Published by:Himangshu Bhuyan
First published: