- শিৱসাগৰ জিলাৰ নামতি দিকচু উচ্চ মাধ্যমিক বিদ্যালয়ত আতংক।
- ৪ গৰাকী শিক্ষক আৰু ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল কোভিড-১৯।
- কেৱল শুকুৰবাৰৰ দিনটোতে ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰিল কোভিড-১৯।
- বৃহস্পতিবাৰে প্ৰথম ২ গৰাকী শিক্ষকৰ দেহত ধৰা পৰিছিল কোভিডৰ অৱস্থিতি।
- সেই সূত্ৰে শুকুৰবাৰে ৯২ গৰাকী ছাত্ৰ ছাত্ৰী আৰু বাকী শিক্ষক শিক্ষয়িত্ৰী সকল কৰোৱা হৈছিল কোভিড পৰীক্ষা।
- কোভিড পৰীক্ষাৰ অন্তত ২২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত ধৰা পৰে এই ভাইৰাছ।
- এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয়খনত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
- First Published :