৪ জুলাইলৈ পিছুৱালে ধেমাজি বোমা বিস্ফোৰণৰ ৰায়

ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে আদালতৰ কাম স্থগিত। 

news18assam
Updated:June 20, 2019, 11:21 AM IST
৪ জুলাইলৈ পিছুৱালে ধেমাজি বোমা বিস্ফোৰণৰ ৰায়
ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে আদালতৰ কাম স্থগিত। 
news18assam
Updated: June 20, 2019, 11:21 AM IST
ধেমাজি বোমা বিস্ফোৰণৰ ৰায় স্থগিত। ৪ জুলাইত ৰায়দানৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে।
ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে আদালতৰ কাম স্থগিত।
আদালতৰ কাম স্থগিত ৰখাৰ বাবে আবেদন জনাইছিল ধেমাজি বাৰ এছ’চিয়েচনে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি