কমা নাই কোভিডৰ সংহাৰ, ৰঙিয়াত সোমবাৰৰ দিনটোত ২০জন আক্ৰান্ত

News18 Assam | News18-Assam
Updated:May 3, 2021, 8:12 PM IST
কমা নাই কোভিডৰ সংহাৰ, ৰঙিয়াত সোমবাৰৰ দিনটোত ২০জন আক্ৰান্ত
ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৫৮২ গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল।

ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৫৮২ গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল।

  • Share this:
সোমবাৰৰ দিনটোত ৰঙিয়াত কভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ২০ গৰাকী। ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত ৫৮২ গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল। কোভিড আক্ৰান্ত তিনিজনক শিঙিমাৰীৰ কোভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে ১৭ গৰাকী কোভিড আক্ৰান্তক হোম আইছ’লেচনত ৰখা হৈছে।
Published by: Sanjay Kumar Das
First published: May 3, 2021, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি