உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমত আৰু দুজনৰ দেহত ওলাইছে কোৰোণা পজিটিভ

    অসমত আৰু দুজনৰ দেহত ওলাইছে কোৰোণা পজিটিভ

    অসমত এইপৰ্যন্ত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৬৪জন।

    অসমত এইপৰ্যন্ত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৬৪জন।

    অসমত এইপৰ্যন্ত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৬৪জন।

    • Share this:
    অসমত আৰু দুজন লোকৰ দেহত ধৰা পৰিছে কোৰোণা পজিটিভ। ইয়াৰে এজন মৰিগাঁৱৰ আৰু আনজন লোক গুৱাহাটীৰ। ছচিয়েল মিডিয়াযোগে এই কথা জনালে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    অসমত এইপৰ্যন্ত এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা হ’লগৈ ৬৪জন। ইয়াৰ ভিতৰত ৩৪জন লোক সুস্থ হৈ হাস্পতালৰ পৰা ওভতাৰ বিপৰীতে আন ২৯জন লোক চিকিৎসাধীন হৈ আছে বিভিন্ন হাস্পতালত।

    First published: