মুখ্যপৃষ্ঠা »খবৰ »অসম »বিজনীত দুৰ্ধৰ্ষ NDFB(S)ৰ ২ গৰাকী মহিলা কেডাৰ গ্ৰেপ্তাৰ

বিজনীত দুৰ্ধৰ্ষ NDFB(S)ৰ ২ গৰাকী মহিলা কেডাৰ গ্ৰেপ্তাৰ

ধৃত ৰতিমা বৰগয়াৰী আৰু জুলি বসুমতাৰী। ধৃত ৰতিমাৰ ঘৰ চিৰাঙৰ বেছৰবাৰীত। শোণিতপুৰৰ কৰ্দৈগুৰীত ঘৰ ধৃত জুলিৰ।

  • Share this:
    বিজনীত দুৰ্ধৰ্ষ NDFB(S) কেডাৰ গ্ৰেপ্তাৰ। পাণবাৰীৰ বুৰিখামাৰত গ্ৰেপ্তাৰ ২ গৰাকী মহিলা কেডাৰ। ধৃত ৰতিমা বৰগয়াৰী আৰু জুলি বসুমতাৰী। ধৃত ৰতিমাৰ ঘৰ চিৰাঙৰ বেছৰবাৰীত।
    শোণিতপুৰৰ কৰ্দৈগুৰীত ঘৰ ধৃত জুলিৰ।

    দুয়োগৰাকীৰে পৰা আৰক্ষীয়ে জব্দ কৰে এটা .22 পিষ্টল আৰু ৩জাঁই গুলী। সেনা আৰু আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ কৰে দুয়োকে।

    শেহতীয়া বাতৰি