আকৌ দুজনৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ

News18 Assam | News18-Assam
Updated:May 22, 2020, 9:55 AM IST
আকৌ দুজনৰ দেহত ধৰা পৰিছে কোভিড–১৯ পজিটিভ
বৰ্তমান মুঠ ১৫১জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।

বৰ্তমান মুঠ ১৫১জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত।

  • Share this:
ৰাজ্যত আকৌ দুজনৰ দেহত ধৰা পৰিছে মাৰাত্মক কোৰোণা ভাইৰাছ। তেজপুৰৰ জ’নেল কোৱাৰেণ্টাইন চেণ্টাৰত কোৱাৰেণ্টাইন হৈ থকা দুজন লোকৰ দেহত পোৱা গৈছে কোভিড–১৯ পজিটিভ। ইয়াৰে এজনৰ ঘৰ ঢকুৱাখনাত আৰু আনজনৰ ওদালগুৰিত। ৰাজ্যত ২১২জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা।

বৰ্তমান মুঠ ১৫১জন ৰোগী চিকিৎসাধীন হৈ আছে ৰাজ্যৰ বিভিন্ন হাস্পতালত। অসমত এতিয়ালৈ আৰোগ্য লাভ কৰিছে ৫৪জন ৰোগীয়ে। ৪জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যৰ বাহিৰলৈ গৈছে ৩জন লোক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading