অব্যাহত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ, পুনৰ ২জন লোকৰ মৃত্যু

দৰং জিলাত JEত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু। মৃত ৭২ বছৰীয়া মৌজাদাৰজন কমৰুজ জামান। আনহাতে, তেজপুৰতো JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত লোকজন পাৰ্বতীনগৰৰ তৰুণ বৰা। 

News18-Assam
Updated:July 14, 2019, 12:43 PM IST
অব্যাহত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ, পুনৰ ২জন লোকৰ মৃত্যু
দৰং জিলাত JEত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু। মৃত ৭২ বছৰীয়া মৌজাদাৰজন কমৰুজ জামান। আনহাতে, তেজপুৰতো JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত লোকজন পাৰ্বতীনগৰৰ তৰুণ বৰা। 
News18-Assam
Updated: July 14, 2019, 12:43 PM IST
অব্যাহত জাপানীজ এনচেফেলাইটিছৰ সংহাৰ। দৰং জিলাত JEত আক্ৰান্ত হৈ পুনৰ এজন লোকৰ মৃত্যু। মৃত ৭২ বছৰীয়া মৌজাদাৰজন কমৰুজ জামান। ছিপাঝাৰৰ তুৰাই গাঁৱত ঘৰ মৃত জামানৰ। ২২ জুনৰ পৰা মহানগৰীৰ ৰহমান হাস্পতালত চিকিৎসাধীন হৈ আছিল লোকজন।পুৱতি নিশা নিজ বাসগৃহত মৃত্যু ঘটে মৌজাদাৰজনৰ। ৰইনাকুচি মৌজাৰ মৌজাদাৰ আছিল কমৰুজ জামান। আনহাতে তেজপুৰতো JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত লোকজন পাৰ্বতীনগৰৰ তৰুণ বৰা। গুৱাহাটীত চিকিৎসাধীন হৈ আছিল লোকজন। পু্ৱা ৬ বজাত গুৱাহাটীত মৃত্যু ঘটে লোকজনৰ। মৃত বৰা ধেমাজিৰ DRDAত কৰ্মৰত আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি