নুমলীগড়ত পুখুৰীত পৰি দুই শিশুৰ মৃত্যু

নুমলীগড়ৰ দৈগ্ৰোং বাগিচাত দুই শিশুৰ সলিলসমাধি। একেলগে পুখুৰীত পৰিল ৪টা শিশু। ৰাইজে তিনি কণমানিক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও আদবাটতে মৃত্যু হয় দুটি শিশুৰ।

news18assam
Updated:May 16, 2019, 5:56 PM IST
নুমলীগড়ত পুখুৰীত পৰি দুই শিশুৰ মৃত্যু
নুমলীগড়ৰ দৈগ্ৰোং বাগিচাত দুই শিশুৰ সলিলসমাধি। একেলগে পুখুৰীত পৰিল ৪টা শিশু। ৰাইজে তিনি কণমানিক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও আদবাটতে মৃত্যু হয় দুটি শিশুৰ।
news18assam
Updated: May 16, 2019, 5:56 PM IST
নুমলীগড়ৰ দৈগ্ৰোং বাগিচাত দুই শিশুৰ সলিলসমাধি। একেলগে পুখুৰীত পৰিল ৪টা শিশু। ৰাইজে তিনি কণমানিক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে যদিও আদবাটতে মৃত্যু হয় দুটি শিশুৰ। এইপৰ্যন্ত পুখুৰীত সন্ধানহীন হৈ আছে এটি শিশু।পুখুৰীত এতিয়াও সন্ধানহীন আন এটি শিশু। দৈগ্ৰোং চাহ বাগিচাৰ পাৰ্বতীপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। মৃত কণমানি দুটিৰ নাম অৰ্জুন আৰু নিথিন তাঁতী।
আৰু চাওক পৰৱৰ্তী বাতৰি