NRCৰ বাবে ভুৱা নথি যোগান ধৰি জালত দুজন

মৰিগাঁৱত NRCত ভুৱা নথি যোগান ধৰা চক্ৰ গ্ৰেপ্তাৰ। ধৃত লোক দুজনৰ নাম মুজামিল হুছেইন আৰু হজৰত আলী।

news18assam
Updated:May 17, 2019, 7:38 PM IST
NRCৰ বাবে ভুৱা নথি যোগান ধৰি জালত দুজন
মৰিগাঁৱত NRCত ভুৱা নথি যোগান ধৰা চক্ৰ গ্ৰেপ্তাৰ। ধৃত লোক দুজনৰ নাম মুজামিল হুছেইন আৰু হজৰত আলী।
news18assam
Updated: May 17, 2019, 7:38 PM IST
মৰিগাঁৱত NRCত ভুৱা নথি যোগান ধৰা চক্ৰ গ্ৰেপ্তাৰ। ধৃত লোক দুজনৰ নাম মুজামিল হুছেইন আৰু হজৰত আলী। ৭১খন জন্মৰ প্ৰমাণপত্ৰ, দুখন মৃত্যুৰ প্ৰমাণপত্ৰৰ লগতে অন্যান্য বহু নথি-পত্ৰ জব্দ লোক দুজনৰ পৰা। এই ঘটনাত এটা বৃহৎ দুষ্টচক্ৰ জড়িত থকাৰ সন্দেহ কৰিছে তদন্তকাৰী আৰক্ষীয়ে। ধৃত দুয়োজন লোককে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি