• Home
  • »
  • News
  • »
  • assam
  • »
  • মানৱতাৰ দৃষ্টিৰে ঘূৰাই অনা হৈছে বহিঃৰাজ্যত আবদ্ধ লোকক, ১৫ মে’ৰ ভিতৰত তামিলনাডুৰ পৰা অসম পাবহি প্ৰথমখন যাত্ৰীবাহী ৰে’ল

মানৱতাৰ দৃষ্টিৰে ঘূৰাই অনা হৈছে বহিঃৰাজ্যত আবদ্ধ লোকক, ১৫ মে’ৰ ভিতৰত তামিলনাডুৰ পৰা অসম পাবহি প্ৰথমখন যাত্ৰীবাহী ৰে’ল

Source-Google

Source-Google

তেজপুৰ বিশ্ববিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

  • Share this:
তেজপুৰ বিশ্ববিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, সাংসদদ্বয় কামাখ্যা প্ৰসাদ তাছা আৰু পল্লৱ লোচন দাস।
সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-

  • বহিঃৰাজ্যত থকা অসমৰ লোক সকলক কেন্দ্ৰীয় চৰকাৰে অনাৰ ব্যৱস্থা কৰিব।

  • বহিঃৰাজ্যত থকা লোক সকলে চাইকেল, খোজকাঢ়িয়েই ঘূৰি আহিছে । গতিকে মানৱতাৰ দৃষ্টিৰে কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্রত পদক্ষেপ লৈছে। 

  • বহিঃৰাজ্যৰ পৰা দেওবাৰলৈকে অহা ১২৮ জন লোকক তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেণ্টাইন চেন্টাৰত বৰ্তমানলৈকে পৰীক্ষা কৰা হৈছে। 

  • একমাত্ৰ গুৱাহাটী কৰ'ণা আক্ৰান্ত হোৱা ৪ জনৰহে ট্ৰেভেল হিষ্ট্ৰী নাই।

  •  ১৫ তাৰিখৰ ভিতৰত অসমলৈ আহিব চেন্নাই তামিলনাডুৰ পৰা প্ৰথম খন ৰে’ল। 

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি