অসমত আৰু ১৯জনৰ দেহত ওলাল কোৰোণা পজিটিভ

News18 Assam | News18-Assam
Updated:May 26, 2020, 8:41 PM IST
অসমত আৰু ১৯জনৰ দেহত ওলাল কোৰোণা পজিটিভ
Source-Google

অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৬১৬জনলৈ।

  • Share this:
অসমত আৰু ১৯জন লোকৰ দেহত ধৰা পৰিল কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰ ভিতৰত ৭জন কৰিমগঞ্জৰ, ৫জন গোৱালপাৰাৰ, ৩জন গুৱাহাটীৰ আৰু ধুবুৰী, হাইলাকান্দি, ওদালগুৰি, লখিমপুৰৰ এজনকৈ লোক আছে। অসমত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৬১৬জনলৈ। ইয়াৰ ভিতৰত ৫৪৭জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬২জন। চাৰিজন লোকৰ মৃত্যু হৈছে কোৰোণাত। তিনিজন লোক ওলাই গৈছে ৰাজ্যৰ বাহিৰলৈ। এই কথা টুইটাৰযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

First published: May 26, 2020, 8:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading