ধুবুৰীৰ বালুচৰত এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা

News18 Assam | News18-Assam
Updated:November 13, 2020, 6:38 PM IST
ধুবুৰীৰ বালুচৰত এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১৯ লাখ টকা
ধুবুৰীত দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল লোকজন।

ধুবুৰীত দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল লোকজন।

  • Share this:
ধুবুৰী বালুচৰ জামে মছজিদৰ চৌহদৰ পৰা এজন ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ ধন লুটি নিলে দুৰ্বৃত্তই। ছায়েদ আলী নামৰ ব্যৱসায়ীজনে নাৱৰ পৰা নামি হাত–মুখ ধুবলৈ লওঁতেই লগত থকা ১৯ লাখ টকাৰ বেগটো লৈ উধাও হয় দুৰ্বৃত্ত। ঘটনস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী ব্যৱসায়ীজনৰ ঘৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ শিঙিমাৰীত। ধুবুৰীত দোকানৰ সামগ্ৰী ক্ৰয় কৰিবলৈ আহিছিল লোকজন।
Published by: Sanjay Kumar Das
First published: November 13, 2020, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading