হোটেল প্ৰাগ কণ্টিনেণ্টেলত পোৱা গৈছে ১৮গৰাকী কোভিড আক্ৰান্ত লোক

News18 Assam | News18-Assam
Updated:May 23, 2020, 10:05 PM IST
হোটেল প্ৰাগ কণ্টিনেণ্টেলত পোৱা গৈছে ১৮গৰাকী কোভিড আক্ৰান্ত লোক
বৰ্তমান  ভৰ্তি কৰোৱা হৈছে টিবি হাস্পতালত।

বৰ্তমান  ভৰ্তি কৰোৱা হৈছে টিবি হাস্পতালত।

  • Share this:
মহানগৰীৰ হোটেল প্ৰাগ কণ্টিনেণ্টেলত পোৱা গৈছে ১৮ গৰাকী কোভিড আক্ৰান্ত লোক। মুম্বাইৰ পৰা আহি হোটেলখনত কোৱাৰেণ্টাইনত আছিল লোককেইজন। আক্ৰান্ত আটাইকেজন লোক হোজাইৰ। বৰ্তমান  ভৰ্তি কৰোৱা হৈছে টিবি হাস্পতালত।

উল্লেখযোগ্য যে অসমত দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। বহিঃৰাজ্যত আবদ্ধ লোকসকলক ঘূৰাই অনাৰ পিছৰে পৰা বাঢ়িছে কোভিড–১৯ত আক্ৰান্তৰ সংখ্যা। এতিয়ালৈ অসমত ৩২৯ জন লোক আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading