তিনিচুকীয়া জিলাত পুনৰ ১৭জন লোকৰ দেহত কোৰোণা পজিটিভ

আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে।
আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে।
- News18 Assam
- Last Updated: May 30, 2020, 12:38 PM IST
ডুমডুমাৰ কোৰোণা পজিটিভ কেইজন হ'ল ক্ৰমে জয়দীপ মৰাণ , কান্তেশ্বৰ মহন্ত, জাণ্টু হাজৰিকা, ৰক্তিম মৰাণ, কুবুল মৰাণ, বিকাশ শইকীয়া, পিপলি মুড়া, নৱজিৎ মৰাণ, বিতোপন ধাদুমীয়া, সুৰজিৎ মৰাণ, মাধুৰ্য সোণোৱাল, মণ্টু গগৈ, আৰ্য প্ৰধান আৰু বিকাশ চাংমাই। শদিয়াৰ কোৰোণা পজিটিভ কেইজন হ'ল ক্ৰমে ছাজন দেউৰী, বিশ্বজিৎ সোণোৱাল আৰু মঞ্জুৰ আলী।