உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • তিনিচুকীয়া জিলাত পুনৰ ১৭জন লোকৰ দেহত কোৰোণা পজিটিভ

    তিনিচুকীয়া জিলাত পুনৰ ১৭জন লোকৰ দেহত কোৰোণা পজিটিভ

    আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে।

    আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে।

    আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে।

    • Share this:
    তিনিচুকীয়া জিলাত পুনৰ ১৭জন লোকৰ দেহত কোৰোণা পজিটিভ পোৱা গৈছে। ইয়াৰে, ১৪জন ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত থকা কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন হৈ আছিল। আটাইকেইজন চেন্নাইৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল বুলি জানিব পৰা গৈছে। আনহাতে, শদিয়া মহকুমাতো ৩জন যুৱকৰ দেহত কোভিড-১৯ পজিটিভ পোৱা গৈছে৷ মহকুমাটোৰ সদৰ চপাখোৱাৰ মাল্টি ডিচিপিনেৰী স্কীল ডেভেল’পমেণ্ট চেণ্টাৰত তিনিওজন কোৱাৰেণ্টাইন হৈ আছিল। নিশা আটাইকেইজনক তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হ'য়।

    ডুমডুমাৰ কোৰোণা পজিটিভ কেইজন হ'ল ক্ৰমে জয়দীপ মৰাণ , কান্তেশ্বৰ মহন্ত, জাণ্টু হাজৰিকা, ৰক্তিম মৰাণ, কুবুল মৰাণ, বিকাশ শইকীয়া, পিপলি মুড়া, নৱজিৎ মৰাণ, বিতোপন ধাদুমীয়া, সুৰজিৎ মৰাণ, মাধুৰ্য সোণোৱাল, মণ্টু গগৈ, আৰ্য প্ৰধান আৰু বিকাশ চাংমাই। শদিয়াৰ কোৰোণা পজিটিভ কেইজন হ'ল ক্ৰমে ছাজন দেউৰী, বিশ্বজিৎ সোণোৱাল আৰু মঞ্জুৰ আলী।
    First published: