যমুনামুখত ১৪বছৰীয়া কিশোৰীক বলাৎকাৰ ২ যুৱকৰ

আৰক্ষীয়ে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ। আৰক্ষীয়ে কিশোৰীৰ পিতৃক ১০ হাজাৰ টকাৰ উৎকোচ বিচৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ

news18assam
Updated:June 4, 2019, 2:13 PM IST
যমুনামুখত ১৪বছৰীয়া কিশোৰীক বলাৎকাৰ ২ যুৱকৰ
আৰক্ষীয়ে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ। আৰক্ষীয়ে কিশোৰীৰ পিতৃক ১০ হাজাৰ টকাৰ উৎকোচ বিচৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ
news18assam
Updated: June 4, 2019, 2:13 PM IST
যমুনামুখৰ চাংযোৰাত ১৪বছৰীয়া কিশোৰীক ধৰ্ষণ দুজন যুৱকৰ। আজিজুৰ ৰহমান আৰু চাজিজুৰ ৰহমান নামৰ দুজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ।

ধৰ্ষণকাৰী আজিজুৰ ৰহমান


আৰক্ষীয়ে ধৰ্ষণকাৰীক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ। আৰক্ষীয়ে কিশোৰীৰ পিতৃক ১০ হাজাৰ টকাৰ উৎকোচ বিচৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ। ৩১মে’ত সংঘটিত হৈছিল এই জঘন্য ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি