
অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।
অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।
চাংসাৰি বনমাজাত অঘটন। নিশা পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ ১৩ গৰাকী লোক। ১৮- ২০ বছৰ বয়সৰ অসুস্থ লোককেইজনক তুলাৰাম অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিছত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।
বৰ্তমান কিছু আৰোগ্য হৈছে লোককেইজন। জানিব পৰা মতে, অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|