• Home
  • »
  • News
  • »
  • assam
  • »
  • Food Poisoning : পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ ১৩ গৰাকী লোক, জি এম চি এইচত ভৰ্তি

Food Poisoning : পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ ১৩ গৰাকী লোক, জি এম চি এইচত ভৰ্তি

অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।

অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।

অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।

  • Share this:
চাংসাৰি বনমাজাত অঘটন। নিশা পূজাৰ মাহ-প্ৰসাদ খাই অসুস্থ ১৩ গৰাকী লোক। ১৮- ২০ বছৰ বয়সৰ অসুস্থ লোককেইজনক তুলাৰাম অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ পিছত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

বৰ্তমান কিছু আৰোগ্য হৈছে লোককেইজন। জানিব পৰা মতে, অসুস্থ লোকৰ সংখ্যা আৰু বৃদ্ধি হ'ব পাৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি