১১ বছৰীয়া কিশোৰীক ১৪ বছৰীয়া কিশোৰে ধৰ্ষণ কৰাৰ অভিযোগ

বাগিচাৰ মাজত খৰি বিচাৰি যোৱাৰ সময়তে হয় এই অঘটন। ঘটনা সন্দৰ্ভত বগিজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

news18assam
Updated:June 4, 2019, 5:22 PM IST
১১ বছৰীয়া কিশোৰীক ১৪ বছৰীয়া কিশোৰে ধৰ্ষণ কৰাৰ অভিযোগ
বাগিচাৰ মাজত খৰি বিচাৰি যোৱাৰ সময়তে হয় এই অঘটন। ঘটনা সন্দৰ্ভত বগিজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
news18assam
Updated: June 4, 2019, 5:22 PM IST
নুমলীগড়ত ১১ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ ২ নাবালক কিশোৰৰ বিৰুদ্ধে।অভিযুক্ত দুয়োকে আৰক্ষীয়ে আটক কৰিছে। অভয়জানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
বাগিচাৰ মাজত খৰি বিচাৰি যোৱাৰ সময়তে হয় এই অঘটন। ঘটনা সন্দৰ্ভত বগিজান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি