• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই, গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা গীৰ গাই

কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই, গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা গীৰ গাই

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ'ব কৃষি বিপ্লৱৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। 

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ'ব কৃষি বিপ্লৱৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। 

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ'ব কৃষি বিপ্লৱৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। 

  • Share this:
কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই। গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে এই গীৰ গাই। অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। গৰুখুটিয়ে লক্ষ্য হিচাপে লৈছে ৩ লাখ লিটাৰ গাখীৰ উৎপাদনৰ। 

CAA আন্দোলন নাটক আছিল : ক’লে আঙুৰলতা ডেকাই

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুটিত সূচনা হ'ব কৃষি বিপ্লৱৰ। দখলমুক্ত চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম আৰম্ভ হৈছে গৰুখুটিত।

Assam News Today  Latest News in Assamese  News in Assamese

‘‘এই গৰুখুটি প্ৰকল্পতে মাছ, মাংস, কণী, হাহ, কুকুৰা,পাৰ, গাহৰি সকলো হ’ব উপলব্ধ। বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাত প্ৰকল্পও। দখল কৰিব লাগিব আমাৰ খিলঞ্জীয়াই পথাৰ-বজাৰ।’’ – ক’লে পদ্ম হাজৰিকাই।
Published by:Sanjay Kumar Das
First published: