বৰফৰ মাজে মাজে এগৰাকী গৰ্ভৱতীক ৪ ঘণ্টা কান্ধত তুলি চিকিৎসালয়লৈ লৈ গ’ল সেনা জোৱানে,চাওক Video

News18 Assam | News18-Assam
Updated:January 15, 2020, 12:16 PM IST
বৰফৰ মাজে মাজে এগৰাকী গৰ্ভৱতীক ৪ ঘণ্টা কান্ধত তুলি চিকিৎসালয়লৈ লৈ গ’ল সেনা জোৱানে,চাওক Video
এগৰাকী গৰ্ভৱতী মহিলাক সহায় কৰিলে ভাৰতীয় সেনাই

এগৰাকী গৰ্ভৱতী মহিলাক সহায় কৰিলে ভাৰতীয় সেনাই

  • Share this:
চাৰিওফালে বৰফ,তুষাৰপাত। গৰ্ভৱতী শ্বামিমাক প্ৰয়োজন হৈছিল জৰুৰী চিকিৎসাৰ। চাৰি ঘণ্টাধৰি ১০০গৰাকী সেনাজোৱান আৰু ৩০ জন সাধাৰণ লোকে খোজকাঢ়ি শ্বামিমাক কান্ধত তুলি এখন চিকিৎসালয়লৈ লৈ যায়। আৰু চিকিৎসালয়ত শ্বামিমাই জন্ম দিয়ে এটি কণমানি। এতিয়া শ্বামিমাৰ লগতে কণমানিৰো স্বাস্থ্যৰ অৱস্থা সুস্থিৰ।

ভাৰতীয় সেনাৰ এনে প্ৰশংসনীয় কৰ্মক এতিয়া দেশবাসীয়ে লৈছে শলাগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে সেনা জোৱান সকলক ভূয়সী প্ৰশংসা কৰে। লগতে শ্বামিমা আৰু কণমানি শিশুটিৰো সু–স্বাস্থ্য কামনা কৰে।


Published by: Himangshu Bhuyan
First published: January 15, 2020, 12:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading