গোলাঘাটত প্ৰাক্তন CRPF জোৱানৰ পৰা ১০খন সোণৰ বিস্কুট জব্দ

এখন বাছৰ পৰা জব্দ ৫৪ লাখ টকা মূল্যৰ সোণখিনি। সোণসহ আৰক্ষীয়ে আটক কৰে মহম্মদ ৰহমানক। 

News18-Assam
Updated:July 13, 2019, 6:33 PM IST
গোলাঘাটত প্ৰাক্তন CRPF জোৱানৰ পৰা ১০খন সোণৰ বিস্কুট জব্দ
এখন বাছৰ পৰা জব্দ ৫৪ লাখ টকা মূল্যৰ সোণখিনি। সোণসহ আৰক্ষীয়ে আটক কৰে মহম্মদ ৰহমানক। 
News18-Assam
Updated: July 13, 2019, 6:33 PM IST
গোলাঘাটত প্ৰাক্তন CRPF জোৱানৰ পৰা সোণ জব্দ। আৰক্ষীৰ অভিযানত জব্দ ১০খন সোণৰ বিস্কুট। এখন বাছৰ পৰা জব্দ ৫৪ লাখ টকা মূল্যৰ সোণখিনি। সোণসহ আৰক্ষীয়ে আটক কৰে মহম্মদ ৰহমানক। মণিপুৰত ঘৰ ধৃত মহম্মদ ৰহমানৰ ।



CRPFৰ পৰা স্বেচ্ছামূলক অৱসৰ লৈছিল ৰহমানে। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেলগৰমত চলা অভিযানতে জব্দ সোণখিনি। মণিপুৰৰ মৰে’ৰ পৰা গুৱাহাটীলৈ আনিছিল সোণখিনি।
আৰু চাওক পৰৱৰ্তী বাতৰি