• Home
  • »
  • News
  • »
  • assam
  • »
  • CABৰ বিৰুদ্ধে প্ৰতিবাদঃ ১০ ডিচেম্বৰত উত্তৰ–পূৱ বন্ধৰ আহ্বান উত্তৰ–পূৱ ছাত্ৰ সংগঠনৰ

CABৰ বিৰুদ্ধে প্ৰতিবাদঃ ১০ ডিচেম্বৰত উত্তৰ–পূৱ বন্ধৰ আহ্বান উত্তৰ–পূৱ ছাত্ৰ সংগঠনৰ

Source-Google

Source-Google

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ছাত্ৰ সংগঠন

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হৈছে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তৰ–পূৱ ছাত্ৰ–সন্থাই যৌথ ভাবে সম্বোধন কৰিছে সংবাদমেল। সংবাদমেলত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰো বিষয় ববীয়া। ১০ ডিচেম্বৰ অৰ্থাৎ শ্বহীদ দিৱসৰ দিনাই সংসদত উত্থাপিত হ’ব অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক। সেইদিনটোতে কেবৰ প্ৰতিবাদত উত্তৰ–পূৱ বন্ধৰ আহ্বান জনাইছে উত্তৰ পূৱ ছাত্ৰ সন্থাই।
First published: