ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:June 30, 2020, 1:59 PM IST
ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু
অসমত এতিয়ালৈ ৭৮৩৫জন লোক আক্ৰান্ত হৈছে কোভিড–১৯ত।

অসমত এতিয়ালৈ ৭৮৩৫জন লোক আক্ৰান্ত হৈছে কোভিড–১৯ত।

  • Share this:
ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু। মৃত লোকজনৰ নাম দিলীপ তালুকদাৰ। ৫০ বছৰীয়া লোকজনৰ ঘৰ গুৱাহাটীৰ ফটাশিল আমবাৰীত। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় লোকজনৰ। এইপৰ্যন্ত ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ১২জন লোকৰ। এই কথা টুইটাৰযোগে সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখযোগ্য যে অসমত এতিয়ালৈ ৭৮৩৫জন লোক আক্ৰান্ত হৈছে কোভিড–১৯ত। ইয়াৰ ভিতৰত ৫৩৩৩জন লোক সুস্থ হৈ হাস্পতালৰ পৰা উভতিছে।

First published: June 30, 2020, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading