• Home
  • »
  • News
  • »
  • assam
  • »
  • Road Accident In Rangia : ৰঙিয়াৰ ভাতকুছিত পথ দুৰ্ঘটনা, নিহত ১, গুৰুতৰভাৱে আহত ১

Road Accident In Rangia : ৰঙিয়াৰ ভাতকুছিত পথ দুৰ্ঘটনা, নিহত ১, গুৰুতৰভাৱে আহত ১

পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ কোনো সন্ধান পোৱা হোৱা নাই।

পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ কোনো সন্ধান পোৱা হোৱা নাই।

পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ কোনো সন্ধান পোৱা হোৱা নাই।

  • Share this:
ৰঙিয়াৰ ভাতকুছিত পথ দুৰ্ঘটনা। দ্ৰুতবেগী বাহনে মহটিয়াই নিলে আৰোহীসহ বাইক। ঘটনাত থিতাতে নিহত হয় বাইকচালক আজিজুৰ হক।

নিহত আজিজুৰ হকৰ ঘৰ ৰঙিয়াৰ বৰকুকুৰীয়াত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী। গুৰুতৰভাৱে আহতগৰাকীৰ নাম ৰেকিব আহমেদ।

স্থানীয় লোকৰ ভাষ্য মতে,  ট্ৰাকে খুন্দিওৱাৰ ফলতে পথ দুৰ্ঘটনা সংঘটিত হয়। এতিয়ালৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত কৰা বাহনৰ কোনো সন্ধান পোৱা হোৱা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি