সমগ্ৰ বিশ্বই কোৰোণা ভাইৰাছৰ সংক্ৰমণর সৈতে যুঁজি আছে আৰু এই সংকটৰ সময়ত দেশৰ কাৰণে থিয় দিয়াৰ সিদ্ধান্ত Network18ৰ। আমাৰ কৰ্মচাৰীসকলে স্বেচ্ছামূলকভাৱে এদিনৰ দৰমহা দান কৰিছে প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ।

এই ধন ব্যৱহাৰ কৰা হ’ব কোৰোণা সংকটৰ কাৰণে আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা দিন হাজিৰা কৰা লোকসকললৈ।

আপুনিও যদি দান কৰিব বিচাৰে তেনেহ’ল দান কৰক। আপোনাৰ ধন পোনে পোনে যাব প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ।

দান কৰাৰ পিছত টুইট কৰক #Indiagives হেশ্বটেগ ব্যৱহাৰ কৰি আৰু আমি আমাৰ প্ৰশংসাৰ তালিকাত আপোনাক অন্তৰ্ভুক্ত কৰিম।

corona virus btn
corona virus btn
Loading