মুখ্যপৃষ্ঠা |   আমাক যোগাযোগ কৰক

CONTACT US

At CNN-News18 we are always looking forward to hearing from you. If you have any questions, comments, suggestions for us please send them to editor.news18assam@nw18.com on e-mail or SMS us with your suggestions at 51818.

You can also write in to us at:

News18 Assam North East,

3rd floor, Protech Tower, Ganeshguri, Guwahati-06, Kamrup(M), Assam

নিয়োগ প্ৰৱঞ্চনা এলাৰ্ট!!

কৰ্পৰেটৰ পৃথিৱীত প্ৰৱঞ্চকৰ অভাৱ নাই আৰু এয়া বছৰ বছৰ জুৰি এক ভয়ংকৰ গতিত বৃদ্ধি পোৱাব দেখিবলৈ পোৱা গৈছে। Network18 Media & Investments Limited–ত আমি লক্ষ্য কৰিছো এনে কিছু পৰিঘটনা য’ত একাংশ প্ৰৱঞ্চক ব্যক্তি তথা দুই নম্বৰী কোম্পানীয়ে নিৰীহ চাকৰিপ্ৰাৰ্থীক বিচাৰি উলিয়াই আমাৰ কোম্পানীত আকৰ্ষণীয় চাকৰি দিয়াৰ প্ৰলোভনেৰে কাষ চাপিছে। এনে প্ৰাৰ্থীবোৰৰ বিশ্বাস জয় কৰিব পাৰিলেই এই প্ৰৱঞ্চকসকলে নিৰ্দিষ্ট বেংক একাউণ্টত বা ম’বাইল পেমেণ্ট গেটৱেত তেওঁলোকক টকা পঠিয়াবলৈ কয়। তেওঁলোকক কোৱা হয় যে ইণ্টাৰভিউৰ তাৰিখ কাষ চাপিছে।

এইক্ষেত্ৰত এনেক কাম হয়ঃ
  • প্ৰথমে পেমেণ্ট কম কমকৈ কৰিবলৈ দিয়া হয় যাতে প্ৰাৰ্থীৰ মনত সন্দেহ নোপজে।
  • যেতিয়াই প্ৰাৰ্থীজন জালত ভালকৈ সোমাল তেতিয়াই প্ৰৱঞ্চকে ইণ্টাৰভিউৰ তাৰিখ কাষ চাপি অহাৰ কথা কৈ টকাৰ পৰিমাণ বঢ়াই দিয়ে।
  • এনেকুৱা ঘটনাও ঘটিছে য’ত ষ্টাৰ্টআপ কিট জাতীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বৃহৎ ধনৰাশিও বিচৰা হয়। এই ধন লেপটপ, কম্পিউটাৰ বা কোনো ধৰণৰ ট্ৰেইনিং আদিত খৰছ কৰিব বুলি দেখুৱা হয়।
  • ধন–টকা–পইচাৰ লগতে প্ৰাৰ্থীৰ ব্যক্তিগত তথ্যও প্ৰৱঞ্চকে বিচাৰে কেতিয়াবা। এই তথ্য বজাৰত পৰৱৰ্তী সময়ত বিক্ৰী কৰি দিয়া হয়।
এই প্ৰৱঞ্চক এলাৰ্টৰ জৰিয়তে সকলো চাকৰি প্ৰাৰ্থীক জনাব বিচৰা হৈছে যে Network18 Media & Investments Limited আৰু ইয়াৰ গ্ৰুপ কোম্পানীসমূহেঃ
  • কোনো চাকৰি প্ৰাৰ্থীৰ পৰা কোনো ধৰণৰ টকা বা ডিপ’জিট নিয়োগ অফাৰ আৰু ইণ্টাৰভিউ বা লেপটপ/ইউনিফৰ্ম আদিৰ কাৰণে নিবিচাৰে।
  • কোনো এজেণ্ট, এজেন্সী বা বাহিৰৰ ব্যক্তিৰ জৰিয়তে কোম্পানীৰ চাকৰিৰ অফাৰ দিয়া নহয় বা এই কামৰ কাৰণে তেওঁলোকক নিয়োগ কৰা নহয়।
  • ব্যক্তিগত নথি যেনে মাৰ্কশ্বীট, PAN Card, Aadhaar Card, CV আদি WhatsAppত নিবিচাৰে।
  • ব্যক্তিগত মেইল আই ডি যেনে Gmail, Yahoo, Hotmail, Outlook, আদি ব্যৱহাৰ কৰি যোগাযোগ নকৰে। নিয়োগ সম্পৰ্কীয় সকলো অফিচিয়েল কথা–বতৰা এনে ইমেইল এড্ৰেচৰ জৰিয়তে কৰা হয় যিটোৰ শেষত “@nw18.com” থাকে।
  • এনে এজেন্সী, এম্পলয়মেণ্ট পৰ্টেল বা ব্যক্তিৰ সৈতে কথা–বতৰা চলোৱা ব্যক্তি সম্পূৰ্ণ নিজৰ ৰিস্কত থাকিব আৰু ইয়াত Network18 আৰু ইয়াৰ গ্ৰুপ কোম্পানীসমূহ এই কাৰ্যৰ পৰা হ’বলগীয়া ক্ষতিৰ কাৰণে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জগৰীয়া নহ’ব।

আমাৰ পৰস্পৰৰ আগ্ৰহৰ কাৰণে এই ক্ষেত্ৰত সন্দেহজনক কোনো কাৰ্য বা চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনাৰ বিষয় দৃষ্টিগোচৰ হ’লে আমাৰ Fraud & Misconduct Investigations teamক যোগাযোগ কৰিব পাৰে recruitment.fraud@nw18.com এই মেইল এড্ৰেচত।

Registered Office: Corporate Communications Telephone : (+91 22) 40019000
First Floor, Empire Complex,
414 Senapati Bapat Marg,
Lower Parel, Mumbai-400013
Maharashtra, India
CIN: L65910MH1996PLC280969

এতিয়া LIVE

    শেহতীয়া বাতৰি