News18 »utpal chaliha
-
অইলত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা, দুলীয়াজানত ৰাইজৰ হাতত ধৰা পৰিল এইটো প্ৰৱঞ্চক
ধৃত প্ৰৱঞ্চকটোক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে মাৰাথন জেৰা অব্যাহত ৰাখিছে।...
| News18 Assam | October 18, 2020,9:25 am IST -
৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টাই আহোম ছাত্ৰ সন্থাৰ বাইক ৰেলী
এই প্ৰতিবাদী বাইক ৰেলীয়ে সমগ্ৰ দুলীয়াজান চহৰখন পৰিভ্ৰমণ কৰি ডিব্ৰুগড়ত উপস্থিত হয়।...
| News18 Assam | October 12, 2020,1:46 pm IST -
উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল টেঙাখাট থানাৰ উপ-পৰিদৰ্শক দ্বীপজ্যোতি দাস
| News18 Assam | October 6, 2020,3:00 pm IST -
১৮ নৱেম্বৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দুলীয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশন
| News18 Assam | October 4, 2020,6:42 pm IST -
আলফাৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল নাহৰকটীয়াৰ এজন লোক
নাহৰকটীয়া আৰক্ষীয়ে 167/20 নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।...
| News18 Assam | October 4, 2020,1:08 pm IST -
বিপদে লগ এৰা নাই অইল ইণ্ডিয়াক, এইবাৰ নাহৰকটীয়াৰ জয়পুৰত খাৰুৱা তেল পৰিবাহী পাইপ ফাটি বুৰাই পেলালে কৃষিভূমি
| News18 Assam | October 2, 2020,9:26 am IST -
অসম পেট্ৰ’কেমিকেল লিমিটেডত স্থাপন হ’ল ইটালীৰ পৰা ক্ৰয় কৰা ৰিয়েক্টৰ
ৰিয়েক্টৰটো স্থাপন কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰে প্ৰকল্পটোত জড়িত বিষয়া–কৰ্মচাৰীসকল।...
| News18 Assam | September 29, 2020,11:45 am IST -
এদল যুৱকৰ মহানুভৱতা! বাটে–পথে ঘূৰি ফুৰা কাঞ্চাই পালে নতুন জীৱন
পূৰ্বৰ কাঞ্চা আৰু আজিৰ কাঞ্চা মাজত যেন আকাশ–পাতাল পাৰ্থক্য আছে।...
| News18 Assam | September 27, 2020,6:03 pm IST -
ডিচেম্বৰত মোদীয়ে মুকলি কৰিব অসম পেট্ৰ’কেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্প, ইটালীৰ পৰা অনা হ’ল ৰিয়েক্টৰ
| News18 Assam | September 27, 2020,5:23 pm IST -
অসম গেছ কোম্পানীৰ হেমাহিৰ বাবেই অগ্নিদগ্ধ হ’বলগা হ'ল দুলীয়াজানৰ এজন যুৱক!
| News18 Assam | September 20, 2020,11:59 am IST -
চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ দাবীত দুলীয়াজানৰ পুৰণি ডিৰিয়াল চাহ বাগিচাত প্ৰতিবাদ
শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ২০ শতাংশ বোনাচ প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে।...
| News18 Assam | September 16, 2020,2:29 pm IST -
ঘৰৰ মাটি ভেটি বিক্ৰী নকৰিলে প্ৰাণে মৰাৰ ভাবুকি, সম্পত্তিৰ লোভত কুলাংগাৰ পুত্ৰই প্ৰহাৰ কৰিলে বৃদ্ধ পিতৃ-মাতৃক
পুত্ৰৰ শাৰীৰিক অত্যাচাৰত এতিয়া গুৰুতৰ ভাবে অসুস্থ হৈ পৰিছে পিতৃ-মাতৃ...
| News18 Assam | September 13, 2020,12:12 pm IST -
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইট আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া
| News18 Assam | September 9, 2020,2:30 pm IST -
অইল ইণ্ডিয়া লিমিটেডৰ দায়িত্বহীন কাণ্ড, ওপজা দিনতো সুধাকণ্ঠলৈ মনত নপৰিল অইল কৰ্তৃপক্ষৰ
| News18 Assam | September 8, 2020,8:47 pm IST -
শ্বিলং অথবা চেৰাপুঞ্জী নহয়, অসমৰ এটা জলপ্ৰপাতত এতিয়া ভিৰ কৰিছে পৰ্যটকে
সুউচ্চ পাহাৰৰ পৰা নামি অহা পানীত গা ধুবলৈ এতিয়া ভিৰ কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ অসংখ্য পৰ্যটকে।...
| News18 Assam | August 30, 2020,4:10 pm IST