UPSC Results 2022: যদি মনত কিবা এটা কৰাৰ দৃঢ়তা থাকে, তেন্তে যিকোনো লক্ষ্য সহজ হৈ পৰে আৰু আনকি কঠিন যাত্ৰাও সহজেই স্থিৰ হৈ পৰে। UPSC CSE 2022 ৰ ফলাফল প্ৰকাশ কৰা হৈছে (UPSC CSE 2022 Result)। টপাৰৰ কাহিনীৰ পৰা জীৱনৰ শিক্ষা ল’ব পাৰি। প্ৰতিজন সফল ব্যক্তিৰ আৰত আছে নিজস্ব কাহিনী আৰু ত্যাগ। UPSC অসামৰিক সেৱাৰ পৰীক্ষাত ১৩৫ সংখ্যক স্থান লাভ কৰিছে ৰবিন বাঞ্চালে। তেওঁৰ সফলতাৰ কাহিনী জানি লওক।
কেৰিয়াৰ |বৃহস্পতিবাৰে অভিনেতা আশীষ বিদ্যাৰ্থী আৰু ৰূপালী বৰুৱাৰ বিবাহৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। কলকাতাত ৰূপালীৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেতাগৰাকীয়ে আৰু তাৰ পিছতে হয় এক অন্তৰংগ উদযাপন।
মনোৰঞ্জন |Whatsapp ব্যৱহাৰকাৰীসকলে এতিয়া ১৫ মিনিটৰ ভিতৰত তেওঁলোকৰ প্ৰেৰণ কৰা বাৰ্তাসমূহ সম্পাদনা কৰাৰ ক্ষমতা লাভ কৰিছে। Whatsappত বাৰ্তাসমূহ কেনেকৈ সম্পাদনা কৰিব লাগে তাৰ এটা ষ্টেপ-বাই-ষ্টেপ গাইড ইয়াত দিয়া হৈছে:
প্ৰযুক্তি |Cotton University: অধ্যাপক দীপক শৰ্মাই প্ৰাক্তন শিক্ষাৰ্থীসকলক অনুষ্ঠানত যোগদানৰ বাবে গুগল ফৰ্ম পূৰণ কৰি সদস্যভৰ্তি হ’ব পাৰিব বুলিও উল্লেখ কৰে। প্ৰায় ১০০ গৰাকী প্ৰাক্তন আৰু বৰ্তমান কটনিয়ানৰ উপস্থিতিত সতীৰ্থ সন্মিলনৰ আদৰণি সমিতিখন গঠন কৰা হয় ।
অসম |IPS Anand Mishra: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে অসম আৰক্ষীত হৈছে ব্যাপক ৰদবদল। আনন্দ মিশ্ৰ যেন এতিয়া অসম আৰক্ষীৰ একমাত্ৰ ভৰসা। অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত এতিয়া আনন্দ মিশ্ৰই কেনেধৰণে কাম কৰিব তাক লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰাজ্যবাসীয়ে।
অসম |Rs 2000 Note Exchange | SBIয়ে ২ হাজাৰ টকীয়া নোট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। নোট সলনি কৰিব বিচৰাসকলে সকাহ পাব বুলি ক’ব পাৰি।
দেশ |এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো বিশ্ববিদ্যালয়খনৰ ৭০ সংখ্যক বাৰ্ষিক সমাৱৰ্তনৰ সময়ত অনুষ্ঠিত হয়, য’ত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ে ন্যায়াধীশ ৰঞ্জন গগৈক 'Doctor of Laws' উপাধি প্ৰদান কৰে।
দেশ |বেংকলৈ গৈ সলনি কৰিব পাৰিব আপোনাৰ হাতত থকা ২০০০ টকাৰ নোট। কেতিয়াৰ পৰা বেংকত সলনি কৰিব পাৰিব ২০০০ টকাৰ নোট?
দেশ |বৰ্তমান সময়ত বিশ্বজুৰি পাঁচ শতাধিকৰ অধিক প্ৰযুক্তি আৰু উদ্ভাৱন সহায়ক কেন্দ্ৰই (TISC) বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ওপৰত কাম কৰি আহিছে। এই পৰিপ্ৰেক্ষিতত তেজপুৰ বিদ্যালয়ত হ’ব লগীয়া এই কেন্দ্ৰটোৰ স্থাপনে বিশ্ববিদ্যালয়খনক বৌদ্ধিক সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বমানৰ পদক্ষেপ লোৱাত সহায় কৰিব বুলি আশা কৰিব পাৰি।
অসম |Kolkata Assamese Cultural Association: অসম আৰু বংগৰ মাজত 'একতা তথা ভাতৃত্ববোধ'ৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা হোৱা সামাজিক-সাংস্কৃতিক অনুষ্ঠান কলকাতা অসমীয়া সাংস্কৃতিক সংস্থাই বিগত এটা দশকৰো অধিক সময় ধৰি অসমৰ সাংস্কৃতিক তথা সাহিত্যকৰ্মক বংগত প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে আৰু ভৱিষ্যতেও এই ধাৰা অব্যাহত ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ।
কলকাতা |The Kerala Story: দ্য কেৰেলা ষ্ট’ৰীয়ে বিতৰ্কিত বিষয়বস্তুৰ বাবে ৰাজনৈতিক বিতৰ্কৰ সন্মুখীন হৈছে। ছবিখনে প্ৰশংসা আৰু প্ৰতিক্ৰিয়া দুয়োটা লাভ কৰিছে। বিৰোধীয়ে ছবিখনক ‘প্ৰচাৰ’ বুলি অভিহিত কৰিছে, বিজেপিয়ে ছবিখনক ‘কঠোৰ সত্য’ বুলি অভিহিত কৰি সমৰ্থন জনাইছে।
মনোৰঞ্জন |অনু চিত্ৰ বা মিনিয়েচাৰ চিত্ৰৰ প্ৰদৰ্শনীখনলৈ অসমৰ পৰা আমন্ত্ৰিত শিল্পীসকল হৈছে শিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, দিলীপ তামুলী, অতুল চন্দ্ৰ বৰুৱা, চম্পক বৰবৰা, প্ৰবীন কুমাৰ নাথ, মনেশ্বৰ ব্ৰহ্ম, মনিকা দেৱী, অদিতি চক্ৰৱৰ্তী, নিভা দেৱী আৰু উপাসনা বৰা।
দেশ |প্ৰথমে ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া এই ৰোডশ্ব’টো National Entrance cum Eligibility Test (NEET) পৰীক্ষাৰ প্ৰতি লক্ষ্য় ৰাখি ৬ মে’লৈ সলনি কৰা হয়।
দেশ |Kolkata Rongali Bihu 2023: কলকাতা ৰঙালী বিহুৰ মূল সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ ৰূপে থাকিব জনপ্ৰিয় কন্ঠশিল্পী দীক্ষু শৰ্মাৰ সংগীতানুষ্ঠান।
কলকাতা |পেছত অসম আৰক্ষীৰ বন পৰিৱেশ বিভাগত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত গোলাঘাটৰ আইহোম শ্যামে নিজ মাতৃ আৰু তেওঁৰ বৃত্তিৰ বিষয়ে এটি উৎসাহজনক, যোগাত্মক পষ্ট শ্বেয়াৰ কৰি নিজৰ অনুভৱ ব্যক্ত কৰিছে।
অসম |যোৱা নিশা ফিল্মফেয়াৰ এৱাৰ্ডৰ ৬৮ সংখ্যক সংস্কৰণৰ জৰিয়তে বলীউডৰ এৱাৰ্ড ছিজনৰ আৰম্ভণি হয়।
মনোৰঞ্জন |বিধেয়কখনৰ উদ্দেশ্য হৈছে সংসদৰ জৰিয়তে এখন আন্তঃৰাষ্ট্ৰীয় আইন সৃষ্টি কৰি অসমৰ সাংস্কৃতিক শিল্পকৰ্ম- “গামোচা”ক এনেদৰে পুনৰুজ্জীৱিত কৰা যাতে শিপিনীৰ অৰ্থনৈতিক লগতে বৌদ্ধিক সম্পত্তিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ইতিমধ্যে প্ৰদান কৰা ভৌগোলিক ইংগিত (GI) টেগৰ ভিত্তিত আঞ্চলিক উদ্ভাৱন ব্যৱস্থাৰ বাবে অনুকূল প্ৰভাৱ সৃষ্টি কৰা ।
অসম |দিব্যজ্যোতি শৰ্মাই কভিড-১৯ ৰ সময়ছোৱাত সঠিক তথ্যসমূহ প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ জনসংযোগ বিষয়াসকলে পালন কৰা ভূমিকা সম্পৰ্কে আলোচনা কৰাৰ লগতে সেই তথ্যসমূহে কিদৰে ভুৱা খবৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছিল সেই বিষয়ত আলোকপাত কৰে।
অসম |আয়োগে প্ৰকাশ কৰা তালিকা অনুসৰি কাট অফ নম্বৰ (শ্ৰেণী অনুসৰি) এনেধৰণৰঃ
অসম |উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্য়ে হত্যাকাণ্ডৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে নিশা আতিক আৰু আশ্ৰাফক হত্যা কৰা গুলীচালনাকাৰীয়ে ঘটনাস্থলীতে সাংবাদিকৰ ৰূপ লৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
দেশ |প্ৰয়াগৰাজৰ আদালতলৈ অনাৰ সময়ত উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁক "একাউণ্টাৰ" কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল আতিকে। আনকি আৰক্ষীৰ সুৰক্ষাও বিচাৰিছিল গেংষ্টাৰজনে, যিটো উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছিল।
দেশ |ৰাজস্থান ৰয়েলছে তেওঁলোকৰ অফিচিয়েল ফেচবুক পেজৰ পৰা ৰিয়ান পৰাগৰ ফটোৰ সৈতে এটা পোষ্ট শ্বেয়াৰ কৰি অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা।
ক্ৰীড়া |সুৰা কেলেংকাৰী গোচৰৰ ফ’ল’-আপ তদন্তৰ অংশ হিচাপে অহা ১৬ এপ্ৰিলত চিবিআইয়ে জেৰা কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।
দেশ |মুখ্যমন্ত্ৰীয়ে কয় যে, "মোৰ জীৱনৰ কোনো এটা দিনত মই দেখা পোৱা নাছিলো, যিটো দিনা ব'হাগৰ প্ৰথম সময়ছোৱাতে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এই অসমৰ পবিত্ৰ ভূমিলৈ আহি অসমবাসীক বিহুৰ ওলগ যাচিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আজি ব'হাগ বিহুৰ প্ৰথম দিনাই আহি অসমবাসীৰ হৃদয়ত স্থান পালে। মই প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো।"
অসম |