-
অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত বাংলাদেশ আৰু ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ বৈঠক
৫ দিনীয়া বৈঠকৰ চতুৰ্থ দিনা গুৱাহাটীস্থিত BSFৰ ফ্ৰন্টিয়াৰ মুখ্যালয়ত আয়োজন কৰে যুটীয়া সংবাদমেল৷...
| News18 Assam | December 25, 2020,4:43 pm IST -
SI নিযুক্তি কেলেংকাৰীৰ ৩৬ অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল চিআইডিৰ
১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বিটত ৩৬জন অভিযুক্তৰ বিৰুদ্ধে দিয়া হৈছে প্ৰমাণ।...
| News18 Assam | December 18, 2020,4:28 pm IST -
ভোটাৰ তালিকাত নামভৰ্তি বা ওজৰ–আপত্তি আছে নেকি? পঢ়ক এই প্ৰতিবেদন
বৰ্তমান কামৰূপ মহানগৰ জিলাত আছে ১১ হাজাৰ ভোটাৰ যিয়ে এতিয়ালৈকে জমা দিয়া নাই ফটো৷...
| News18 Assam | December 4, 2020,4:50 pm IST -
JEE পৰীক্ষা কেলেংকাৰীঃ নীল নক্ষত্ৰ, চিকিত্সক পিতৃ জ্যোতিৰ্ময় দাস সহ ৫জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
JEE পৰীক্ষা অনুষ্ঠিত হৈছিল যোৱা ৫ ছেপ্টেম্বৰত।...
| News18 Assam | October 29, 2020,6:04 pm IST -
থমকিল নেকি SI নিযুক্তি কেলেংকাৰীৰ তদন্ত? SP কুমাৰ সঞ্জিত কৃষ্ণক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা এখোজো আগবঢ়া নাই CIDৰ অনুসন্ধান
বৰ্তমানেও CIDৰ সাহস হোৱা নাই ৰাজনৈতিক নেতাক তদন্তৰ আওঁতালৈ আনিবলৈ ৷...
| News18 Assam | October 28, 2020,5:59 pm IST -
কোৰোণা হ’লে হওক, মাস্ক নিপিন্ধো! গুৱাহাটীৰ মহানাগৰিকে মাস্ক নিপিন্ধি আৰক্ষীক জৰিমণা দিলে ৪৩ লাখ টকা
সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাইছে কোভিড 19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা।...
| News18 Assam | September 19, 2020,4:52 pm IST -
মাস্ক নিপিন্ধাকৈ ঘৰৰ পৰা ওলোৱা মহানগৰবাসী সাৱধান!
| News18 Assam | September 6, 2020,7:01 pm IST -
অসমৰ মুখ্যমন্ত্ৰী নহয় বদৰুদ্দিন আজমল, AIUDFৰ মজিয়াত লোৱা হ’ল সিদ্ধান্ত
২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া তত্পৰ হৈছে শাসক-বিৰোধী।...
| News18 Assam | September 5, 2020,8:37 pm IST -
জৰিমনা দিম কিন্তু মাস্ক নিপিন্ধো! মহানগৰ আৰক্ষীয়ে সংগ্ৰহ কৰিলে ৮০ হাজাৰ টকাৰ জৰিমনা
| News18 Assam | September 5, 2020,4:57 pm IST -
মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা লুটিছে ধন! চকু পৰিছে বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ
এই ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ তদন্তত ৷...
| News18 Assam | August 31, 2020,10:46 pm IST -
সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বিজেপি চৰকাৰৰ দিনটো সংঘটিত হৈছে কেলেংকাৰী
ইতিমধ্যে সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে চিআইডিয়ে৷...
| News18 Assam | August 28, 2020,5:53 pm IST -
কাইলৈ স্বাধীনতা দিৱস, মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ বিশেষ পথ নিৰ্দেশনা, থাকিব বহু ক্ষেত্ৰত নিষেধাজ্ঞা
স্বাধীনতা দিৱসকলৈ মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই গুৱাহাটীবাসীৰ বাবে জাৰি কৰিছে পথ নিৰ্দেশনা ৷...
| News18 Assam | August 14, 2020,5:01 pm IST -
এইবাৰ সুকীয়া হ’ব স্বাধীনতা দিৱসৰ অনুষ্ঠান, সম্পূৰ্ণৰূপে সাজু ৰাজ্য চৰকাৰ
| News18 Assam | August 13, 2020,9:05 pm IST -
কোৰোণাৰ সন্ত্ৰাস! এইবাৰ স্বাধীনতা দিৱসত কি কি কৰিব নোৱাৰিব আপুনি?
| News18 Assam | August 12, 2020,9:56 pm IST -
কি হ’ব ৩০০০ চালক–হেণ্ডিমেনৰ? Unlock 3.Oক লৈ অসন্তুষ্ট গুৱাহাটী চিটী বাছ মালিক সন্থা
বিগত ৪–৫ মাহে চিটী বাছসমূহ নছলাৰ বাবে মাহেকীয়া বেংকৰ কিষ্টি দিব পৰা নাই মালিকসকলে৷...
| News18 Assam | August 3, 2020,6:45 pm IST