News18 »rittik koushik
-
APSC Scam : APSC কেলেংকাৰীৰ তদন্তত বৃহৎ অগ্ৰগতি। শীঘ্ৰেই সাজু হ’ব চমন দিবলগীয়া ৰাজপত্ৰিত বিষয়াৰ দ্বিতীয় তালিকা।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে কৰি আছে APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত।...
| News18 Assam | July 3, 2021,12:26 pm IST -
গুৱাহাটীবাসীৰ বাবে ভাল খবৰ, অচিৰেই দীঘলীপুখুৰীত বৰশী টোপাব পাৰিব মহানগৰবাসীয়ে।
আগন্তুক দিনত দীঘলীপুখুৰীত বৰশী বোৱা প্ৰতিযোগিতা আয়োজন কৰা হ'ব বুলি কয় মন্ত্ৰী বিমল বৰাই।...
| News18 Assam | June 30, 2021,7:35 pm IST -
Assam SI Scam : ৰাজ্য কঁপাই যোৱা SI কেলেংকাৰীৰ তদন্ত কোন দিশে? পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা কুমাৰ সঞ্জিত কৃষ্ণক ৰাজ আতিথ্য? কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়।
| News18 Assam | June 29, 2021,5:43 pm IST -
Akhil Gogoi Family Reunion : ডেৰ বছৰ মূৰত স্বগৃহত পৰিয়ালৰ সৈতে অখিল গগৈ। পত্নী-পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল অখিল। কাইলৈ লগ কৰিব মাতৃক।
| News18 Assam | June 25, 2021,11:37 pm IST -
Microfinance Loan : কোনে কোনে পাব মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই? মাইক্ৰ'ফাইনেঞ্চ কমিটিৰ অধ্যক্ষই কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা।
| News18 Assam | June 11, 2021,6:15 pm IST -
Crime, Drugs : গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত গ্ৰেপ্তাৰ মণিপুৰী যুৱক।
পাঞ্জাবাৰীৰ বতাহঘুলিত জব্দ ৩০ লাখ টকাৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য। জব্দ ৩০৩ গ্ৰাম ড্ৰাগছ। ...
| News18 Assam | June 5, 2021,9:57 pm IST -
মুখ্যমন্ত্ৰীৰ শিশুসেৱা আঁচনি: কোৰোণাই অনাথ কৰা শিশুৰ শিক্ষাৰ সকলো দায়িত্ব ল'লে চৰকাৰে, নিয়োগ নিশ্চিত নোহোৱালৈকে মাহে দিব ৩৫০০কৈ টকা
যিসকলৰ কন্যাৰ বিয়াৰ বিয়স হৈছে, সেইসকলক বিয়াত এক তোলা সোণৰ ওপৰিও ৫০ হাজাৰ টকা দিব চৰকাৰে।...
| News18 Assam | May 29, 2021,6:40 pm IST -
Covid 19 Guwahati : কোভিড বিধি উলংঘাৰ প্ৰতিযোগিতা চলিছে নেকি গুৱাহাটীত? হায়ৰাণ আৰক্ষী! কোভিডক লৈ কিমান সচেতন গুৱাহাটীবাসী? ৷
| News18 Assam | May 15, 2021,2:55 pm IST -
Covid 19 Assam: সোমবাৰৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব পাঠদান। কোন কোন জিলাত কাৰ্যকৰী হ'ব এই নিৰ্দেশ, জানি লওক।
| News18 Assam | April 17, 2021,5:09 pm IST -
এইবাৰ বিধানসভা নিৰ্বাচনত বিশেষভাৱে সক্ষম আৰু ৮০ৰ ঊৰ্ধ্বৰ লোকে পোষ্টেল বেলটযোগে দিব পাৰিব ভোট
| News18 Assam | January 20, 2021,5:26 pm IST -
অস্ত্ৰ এৰি মূল সুঁতিলৈ অহা ১২৭৯ এনডিএফবি সদস্যক ৪ লাখকৈ প্ৰদান ৰাজ্য চৰকাৰৰ
| News18 Assam | January 20, 2021,9:03 am IST -
কোভিডৰ বিভীষিকাৰ মাজতে অসমীয়া ছবি জগতৰ বাবে ভাল খবৰ, এই মাহতে মুক্তি পাব ‘মিডনাইট ছং’
‘মিডনাইট ছং’–এ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২২টাতকৈও অধিক সন্মান বুটলিবলৈ সক্ষম হৈছে।...
| News18 Assam | January 10, 2021,9:34 am IST -
‘ড্ৰাগছৰ ৰাণী’ সংগীতাক এবছৰৰ ডিটেনচন, অসমত প্ৰথমবাৰলৈ অপৰাধীৰ বিৰুদ্ধে এই ব্যৱস্থা
| News18 Assam | January 8, 2021,9:19 am IST -
প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা আৰু বিশিষ্ট অভিনেতা অৰুণ নাথলৈ ২০১৯ আৰু ২০২০ চনৰ ‘ৰূপকাৰ বঁটা’ প্ৰদান
বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী৷...
| News18 Assam | January 6, 2021,10:48 am IST -
বছৰ বাগৰি গৈয়েই আছে! ‘স্মাৰ্ট চিটি’ গুৱাহাটীৰ ৰাজপথহে স্থাপন কৰা নহ’ল এটাও চিচি কেমেৰা
| News18 Assam | January 4, 2021,4:58 pm IST