-
ৰঙালীৰ ৰং তেওঁলোকৰ মনত তিলমানো নাই, ২৮ বছৰে এবাৰলৈও তেওঁলোকক কোনেও উভতি চোৱা নাই, কিন্তু তেওঁলোক আছে...
২৮ বছৰে সংস্থাপন নাপালে আশ্ৰয় শিবিৰত যমৰ যন্ত্ৰণাত জীৱন কটোৱা ১২ টা দুৰ্ভগীয়া পৰিয়ালে ৷...
| News18 Assam | April 15, 2021,6:07 pm IST -
মাকুমত উদ্ধাৰ অৰুণাচল প্ৰদেশৰ পৰা বহিৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰা দুটা হাতী। গুজৰাট নে ওড়িশা ক'লৈ নিব বিচাৰিছিল হাতী দুটা? অব্যাহত বন বিভাগৰ তদন্ত।
কয়লাৰ ট্ৰাকত ভৰাই নিয়া হৈছিল হাতী দুটা। হাতী দুটাৰ নাম লক্ষী প্ৰসাদ আৰু হৰি প্ৰসাদ।...
| News18 Assam | April 12, 2021,5:39 pm IST -
Covid 19, Lockdown: ৰাজ্যত অচিৰেই লকডাউনৰ কোনো সম্ভাৱনা নাই। স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা হ’ব : হিমন্ত বিশ্ৱ
| News18 Assam | April 11, 2021,9:18 pm IST -
Tinsukia ASI Suspended : নাবালকক গুৰুলা–গুৰুলকৈ প্ৰহাৰ, কাকপথাৰ থানাৰ ASIক নিলম্বন
আৰক্ষীৰ দলটোৱে নাবালক ছাত্রজনক মৰিয়াই, ঘুচিয়াই অচেতন অৱস্থাত কাকপথাৰ আৰক্ষী থানালৈ লৈ আনে৷...
| News18 Assam | March 31, 2021,4:08 pm IST -
ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক
ডুমডুমাৰ টিঙামৰা তিনিআলিত ট্ৰেক্টৰে মহতিয়াই নিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰক...
| News18 Assam | December 16, 2020,7:08 pm IST -
কাকপথাৰ সৰু ডিৰাকত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰৰ খুন্দাত ছিন্ন–ভিন্ন হ’ল বাইক আৰোহী
নিহত বাইক আৰোহীজনক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই৷...
| News18 Assam | December 14, 2020,8:04 pm IST -
তিনিচুকীয়াৰ পেঙেৰীত অস্ত্ৰসহ দুৰ্ধৰ্ষ আলফা কেডাৰ আটক
| News18 Assam | November 20, 2020,9:39 am IST -
ডিগবৈৰ ঢেকীয়াজানত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনে মহতিয়াই নিলে এজনক
ৰাইজে ভাঙিলে দুৰ্ঘটনাগ্ৰস্থ বাহনখন। ডিগবৈ আৰক্ষী উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।...
| News18 Assam | November 13, 2020,9:11 am IST -
তিনিচুকীয়া জিলাৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা, থিতাতে নিহত এজন
তালাপ চাহ বাগিচাৰ ট্ৰেক্টৰসহ এখন ট্ৰেইলাৰে বাইপাছত উঠাৰ সময়তে এখন পাইকে প্ৰচণ্ড খুন্দা মাৰে।...
| News18 Assam | November 12, 2020,8:26 pm IST -
কাকপথাৰৰ নিষ্ঠাবান সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাত মৃত্যু!
সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুক কোনোৱে সহজে ল'ব পৰা নাই।...
| News18 Assam | November 12, 2020,6:52 pm IST -
ঘৰলৈ আৰু উভতি যোৱা নহ’ল! মাৰ্ঘেৰিটাৰ চাইডিঙত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা, ৬গৰাকীক AMCHলৈ প্ৰেৰণ
মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা...
| News18 Assam | November 11, 2020,8:58 pm IST -
ৰেখা বৰকটকীলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান, কবিতাৰ জৰিয়তে উজলালে নিজৰ নাম
ইংৰাজী "Peace" কবিতাটোৰ যোগেদি তেওঁ প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ৰেখা বৰকটকীয়ে।...
| News18 Assam | November 11, 2020,12:58 pm IST -
ধন থাকিলেই নহয়, ভাল কামৰ বাবে লাগে এটা ধুনীয়া মন, ডিগবৈত এগৰাকী মহিলা চিকিৎসকে পূজাত শিশুসকলক দিলে ডাঙৰ উপহাৰ
সকলোৱে ডাঃ ৰশ্মিতা উপাধ্যায় এনে মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে।...
| News18 Assam | October 25, 2020,11:06 am IST -
বিয়া খাই উভতি আহি ঘৰ নাপালেহি জানু, তিনিচুকীয়াৰ তালাপত ভয়ংকৰ দুৰ্ঘটনা
ঘৰলৈ গৈ থকা অৱস্থাতেই তালাপৰ ব্যৱসায়ী মোহন সোণোৱালৰ ঘৰৰ সন্মুখত দুৰ্ঘটনাত পতিত হ'য় যুৱকজন।...
| News18 Assam | October 25, 2020,10:04 am IST -
ডুমডুমাৰ হাপজানত জঘন্য ঘটনা, ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা!
| News18 Assam | October 23, 2020,8:53 am IST