News18 »rantu baishya
-
Landslide in North Guwahati: ৩দিন ধৰি ভূমিস্খলন হৈ কেইবাটাও ঘৰৰ ক্ষতি উত্তৰ গুৱাহাটীত, আজিও ষাঠি ফুট উচ্চতাৰ পৰা মাটি খহি পৰিল ঘৰত
উত্তৰ গুৱাহাটীত পুনৰ ভূমিস্খলনত প্ৰাণৰক্ষা পৰিয়ালৰ...
| News18 Assam | June 19, 2022,8:44 pm IST -
Amingaon: ২৪ ঘণ্টাত ৩টা চুৰি-ডকাইতিৰ ঘটা আমিনগাঁৱত, ডকাইতৰ ছুৰিকাঘাতত ক্ষত-বিক্ষত মহিলাই পালে জিএমচি
ডেম্পৰ পৰাই অপৰাধৰ পৰিকল্পনা কৰে। উত্তৰ গুৱাহাটী আৰু আমিন গাঁৱত ৪০টাতকৈ অধিক ডেম্প আছে। ...
| News18 Assam | June 8, 2022,6:59 pm IST -
ৰাজ্যৰ এশটা প্ৰদূষিত উদ্যোগৰ বিৰুদ্ধে ব্যৱস্থা ল'ব প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে ...
| News18 Assam | June 6, 2022,6:03 pm IST -
India Book of Records: মাহেকীয়া ঋতুস্ৰাৱ সম্পৰ্কীয় সজাগতা সভাত পুৰুষৰ উপস্থিতিৰ সংখ্যাৰে ইণ্ডিয়া বুকছ অৱ ৰেকৰ্ডছত স্থান কামৰূপ জিলা প্ৰশাসনৰ
মাহেকীয়াৰ ওপৰত সৰ্বাধিক প্ৰশিক্ষণেৰে কামৰূপ জিলাই নাম ভৰালে ইণ্ডিয়া বুকচ অব ৰেকৰ্ডত।...
| News18 Assam | May 30, 2022,10:28 pm IST -
Guwahati Water Supply Projects: জুলাই মাহত মহানগৰবাসীয়ে পাব জাইকাৰ পানী, সংযোগৰ বাবে কিমনা ধন লাগিব জানেনে?
| News18 Assam | May 30, 2022,9:35 pm IST -
North Guwahati: উত্তৰ গুৱাহাটীত ছাগলী চোৰৰ গেং, দিনতে উঠাই নিয়ে কুৰিৰ হিচাপত ছাগলী, গেঙৰ ওচৰত অসহায় অসম আৰক্ষী
আৰক্ষীৰ ভূমিকাও সন্দেহৰ আওতাত বুলি অভিযোগ ৰাইজৰ। ...
| News18 Assam | May 29, 2022,5:26 pm IST -
IIT গুৱাহাটীৰ ষ্টাৰ্টআপ প্ৰদৰ্শনীত নেনো গাড়ীত উঠিল কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী ...
| News18 Assam | May 28, 2022,7:47 pm IST -
North Guwahati: উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক চিকিৎসালয়ত বাজিছে বিপদঘণ্টা, হাবি-জংঘলৰ মাজত চিকিৎসালয়
চিকিৎসালয়ৰ সমগ্ৰ চৌহদ পানীত বুৰ গৈ এক অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰি আহিছে।...
| News18 Assam | May 25, 2022,5:20 pm IST -
Gunotsav: দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত উত্তৰ গুৱাহাটীৰ বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ
| News18 Assam | May 24, 2022,1:35 pm IST -
Dharmendra Pradhan: কেন্দ্ৰীয় শিক্ষা মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে IIT গুৱাহাটীত মুকলি কৰিল কেইবাটাও প্ৰকল্প
| News18 Assam | May 20, 2022,9:21 pm IST -
Landslide: হাফলঙৰ ভূমিস্খলনৰ চাঞ্চল্যৰ মাজতে এইবাৰ উত্তৰ গুৱাহাটীৰ তৃপ্তি নগৰত ভুমিস্খলন, পথত বাগৰিল প্ৰকাণ্ড প্ৰকাণ্ড শিল।
| News18 Assam | May 19, 2022,8:04 pm IST -
Ferry Services Suspended : সম্ভাব্য বিপদৰ আশংকাত গুৱাহাটীত অনিৰ্দিষ্ট কাললৈ জাহাজ বন্ধ, ৰহস্যৰ গোন্ধ যাত্ৰীৰ
যাত্ৰীৰ অভিযোগ- জল পৰিবহণ বিভাগে দিয়া জাননীৰ লেখীয়া নদীত গছ বা সোঁতৰ ভয়াবহতা নাই। ...
| News18 Assam | May 18, 2022,9:11 pm IST -
ধনৰ অভাৱ! আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মল্ল যুঁজাৰুৱে এতিয়া কৰিবলগীয়া হৈছে দিন হাজিৰা
চিৰাং জিলাৰ ৰাজু গৈহাৰীয়ে পাকিস্তানৰ খেলুৱৈকো পৰাস্ত কৰা বুলি দাবী কৰিছে।...
| News18 Assam | May 13, 2022,5:58 pm IST -
North Guwahati: বহিঃৰাজ্যৰ চোৰৰে মিলি গঠন চোৰৰ বৃহৎ নেটৱৰ্ক, উত্তৰ গুৱাহাটীত পিষ্টলসহ ৪ দুৰ্ধৰ্ষ চোৰ গ্ৰেপ্তাৰ
এখন বুলেটৰ লগতে ষাঠিটাৰো অধিক ম'বাইল হেণ্ডছেট, ঘৰুৱা আচবাব উদ্ধাৰ কৰে।...
| News18 Assam | May 11, 2022,5:43 pm IST -
Amit Shah Assam Visit: আমিনগাঁৱত গৃহমন্ত্ৰী অমিত শ্বাহে উদ্ধোধন কৰিলে লোকপিয়ল সঞ্চালকালয়
| News18 Assam | May 9, 2022,9:36 pm IST