-
হাইলাকান্দিৰ বিষ্ণুগড়ত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ
নিশা ১১ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হয় মজিবুৰ ৰহমান বৰভূঞা নামৰ এজন লোকৰ বাসগৃহ।...
| News18 Assam | November 12, 2020,12:10 pm IST -
‘আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক, ৰাজনীতি ব্যৱসায় নহয়’ – কিয় ক’লে অদীপ ফুকনে?
বদৰুদ্দিন আজমলক সমালোচনা কৰি অদীপ ফুকনে কয় যে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক।...
| News18 Assam | November 10, 2020,5:32 pm IST -
হাইলাকান্দিত গ্ৰেপ্তাৰ দুধৰ্ষ ডকাইত, উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল
ডকাইতটোৰ পৰা এটা পিষ্টল জব্দ কৰে আৰক্ষীয়ে।...
| News18 Assam | October 19, 2020,12:47 pm IST -
আৰক্ষীৰ জালত হাইলাকান্দি জিলা অগপৰ সভাপতি আফতাব উদ্দিন লস্কৰ
লক ডাউনৰ সময়ত হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিত সংঘঠিত হৈছিল ৪০ লাখ টকাৰ চাউল আত্মসাতৰ ঘটনা।...
| News18 Assam | October 9, 2020,6:02 pm IST -
হাইলাকান্দিত যৌতুকৰ বলি অন্তঃসত্ত্বা বোৱাৰী, ১ লাখ টকা নিদিয়া বাবে হত্যা কৰিলে স্বামী পৰিয়ালে
বিগত কেইদিনৰ পৰা গাড়ী কিনাৰ বাবে ১ লাখ টকা আনি দিবলৈ চাপ সৃষ্টি কৰিছিলে স্বামী জাকিৰ হুছেইনে।...
| News18 Assam | October 7, 2020,5:20 pm IST -
কন্যা সন্তান জন্ম দিয়াই হ’ল অপৰাধ! দুই কন্যাসহ স্বামীয়ে ঘৰৰ পৰা পত্নীক বহিষ্কাৰ কৰি অন্য মহিলাৰ সৈতে আৰম্ভ কৰিলে সংসাৰ
এতিয়া দুই কনমানি কন্যাক বুকুত বান্ধি ন্যায়ৰ যুঁজত নামিছে ঝুমা। ...
| News18 Assam | October 3, 2020,11:57 am IST -
পাৰিবাৰিক কন্দলৰ পৰিণতি! হাইলাকান্দিত কনিষ্ঠ ভাতৃয়ে হত্যা কৰি পুতি থ’লে জ্যেষ্ঠ ভাতৃক
| News18 Assam | September 25, 2020,3:39 pm IST -
হাইলাকান্দিত বাৰ্থডে পাৰ্টী খাবলৈ মাতি যুৱকক নৃশংসভাৱে হত্যা
এই হত্যাৰ লগতে জড়িতৰ অভিযোগত তিনিজনক আটক কৰিছে আৰক্ষীয়ে।...
| News18 Assam | August 20, 2020,12:56 pm IST -
মুখত হৰি নামৰ ধ্বনি, কান্ধত মৃত হিন্দু মহিলা, সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সত্কাৰ কৰিলে মুছলমান যুৱকে
এতিয়াও জীয়াই আছে মানৱতা! ধৰ্মতকৈ মানৱতা যে সদায় ওপৰত, যেন আকৌ এবাৰ প্ৰমাণিত হ’ল সেই কথা...
| News18 Assam | August 8, 2020,12:49 pm IST -
কোৰোণা ৰোগী ওলাই অহাত কৰিলে পলম! কৰ্তব্যৰ মাজতে ঢলি পৰিল PPE কিট পিন্ধা স্বাস্থ্য কৰ্মী
| News18 Assam | August 1, 2020,11:52 am IST -
হাইলাকান্দিত মহিলাৰ মৃত্যুৰ পিছত ধৰা পৰিল কোভিড পজিটিভ
| News18 Assam | July 30, 2020,8:37 am IST -
হাইলাকান্দিত AIUDF আৰু AGP কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিট
দুয়োটা পক্ষই নিজাববীয়াকৈ পাঁচগ্ৰাম আৰক্ষী চকীত গোচৰ ৰুজু কৰে।...
| News18 Assam | July 28, 2020,11:48 pm IST -
হাইলাকান্দিত নিষ্ঠুৰ মাতৃয়ে পথৰ দাঁতিত দলিয়াই থৈ গ’ল নৱজাতকক, কান্দি থকা শুনি উদ্ধাৰ কৰে স্থানীয় লোকে
| News18 Assam | July 28, 2020,11:37 pm IST -
ভয়ংকৰ ঘটনা! প্ৰসৱৰ ডেৰ মাহৰ পিছত মহিলাৰ দেহৰ পৰা ওলাল চিকিত্সাৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী!
ৰোগীৰ জীৱনকলৈ যেন হেতালি খেলিছে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ চিকিত্সালয়ে।...
| News18 Assam | July 25, 2020,12:43 pm IST -
হাইলাকান্দিত কোৰোণাৰ ভয়তে জীৱনৰ মোহ এৰিলে এগৰাকী মহিলাই!
| News18 Assam | July 12, 2020,2:58 pm IST