-
সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ বাবে এতিয়া দলৰ কোনো কথা নাই, উন্নয়নহে লাগে!
| News18 Assam | December 18, 2020,1:57 pm IST -
নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা, বলেৰ’ আৰু ইণ্ডিগ’ বাহনৰ মুখামুখি সংঘৰ্ষ
দুৰ্ঘটনাৰ ফলত পথৰ ওপৰতে বাগৰি ৰে বলেৰ’ বাহনখন। যাৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে যান–বাহনৰ চলাচল।...
| News18 Assam | December 17, 2020,10:19 am IST -
নুমলীগড়ত হঠাতে জ্বলি উঠিল চলন্ত ডাম্পাৰ, কথমপি প্ৰাণ ৰক্ষা কেইবাজনৰো
যান্ত্ৰিক বিজুতি ঘটি এখন ডাম্পাৰত লাগিল জুই।...
| News18 Assam | December 4, 2020,11:08 am IST -
হাতী-মানুহৰ সংঘাত নহয়, নুমলীগড়ত এজাক বন্যহস্তীৰ জলকেলি, চাওক Photo
এই দৃশ্য উপভোগ কৰিবলৈ চাহ বাগিচাখনত বিভিন্ন লোকে ভিৰ কৰা দেখা গ’ল।...
| News18 Assam | November 29, 2020,12:53 pm IST -
নুমলীগড় আৰক্ষীৰ জালত দুৰ্ধৰ্ষ আন্তঃৰাষ্ট্ৰীয় অনলাইন হেকাৰ, হাৰিয়ানাৰ পৰা আটক প্ৰৱঞ্চকটোক
নুমলীগড় আৰক্ষীয়ে প্ৰৱঞ্চকটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত।...
| News18 Assam | November 9, 2020,1:04 pm IST -
নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ড, ঘৰৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু স্বামী–স্ত্ৰীৰ
নিহত স্বামী–স্ত্ৰীৰ নাম নাম ৰাজেন সোনাৰ আৰু সুনীতা সোনাৰ।...
| News18 Assam | November 9, 2020,10:17 am IST -
নুমলীগড়ত বিধায়ক শ্বেৰমান আলীক তীব্ৰ কটাক্ষ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ
| News18 Assam | November 3, 2020,9:57 am IST -
জাগিছে মহিলা শক্তি! নিশাৰ আন্ধাৰত মহিলাক শ্লীলতাহানিৰ চেষ্টা কৰা এটা লম্পটক দিলে উচিত শিক্ষা
মহিলাক অশালীন ব্যৱহাৰ কৰিবলৈ গৈ দশা বেয়া হ’ল এজন লোকৰ। ...
| News18 Assam | October 18, 2020,4:52 pm IST -
হাতীৰ উপদ্ৰৱত টোপনি নহা হৈছে নুমলীগড়বাসীৰ, একেনিশাই ভাঙিলে ১৫টা পৰিয়ালৰ বাসগৃহ
প্ৰত্যেক দিনাই হাতীৰ বৃহৎ জাকে খাই–গচকি তহিলং কৰিছে শালি ধানৰ খেতিপথাৰ।...
| News18 Assam | September 27, 2020,4:12 pm IST -
নুমলীগড়ত বন্যহস্তী আৰু মানুহৰ ভয়াৱহ সংঘাত, খাদ্যৰ সন্ধানত ওলাই অহা হাতীক ধনু-কাঁড়েৰে আক্ৰমণ
ঘটনাৰ স্থান নুমলীগড়ৰ মৰঙী পথাৰ আৰু বিহৰা চাহ বাগিচাৰ বৰলাইন, মিকিৰ চাং অঞ্চল।...
| News18 Assam | September 23, 2020,10:41 am IST -
অইল ইণ্ডিয়া লিমিটেডৰ কাণ্ডজ্ঞানহীনতাৰ বাবে শংকিত নুমলীগড়ৰ জনসাধাৰণ!
| News18 Assam | September 11, 2020,9:35 am IST -
নুমলীগড়ত হাতী-মানুহৰ ভয়ংকৰ সংঘাত
হাতীৰ জাকটোক আঁতৰাই পঠাবলৈ যিমানেই চেষ্টা কৰিছে সিমানেই হাতীৰ জাকটোও চোঁচা লৈছে মানুহলৈ।...
| News18 Assam | September 10, 2020,9:04 am IST -
নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰোং নদীত মাছ মাৰিবলৈ গৈ সলিলসমাধি কিশোৰৰ
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ।...
| News18 Assam | August 27, 2020,9:57 am IST -
পৰকীয়া প্ৰেম! মনে মনে ২ লক্ষাধিক টকা সৰকাই, স্বামী আৰু কণমানি সন্তানক এৰি ঘৰৰ পৰা পলায়ন মহিলাৰ!
পৰকীয়া প্ৰেম! সন্তান আৰু স্বামীক এৰি পলায়ন এগৰাকী মহিলাৰ...
| News18 Assam | August 12, 2020,12:24 pm IST -
বিহুগীত–নৃত্যৰে মুখৰিত নুমলীগড়ৰ কোভিড কেয়াৰ চেণ্টাৰ
বিহুগীত গাই, নাচি-বাগি সময় অতিবাহিত কৰিছে ৰোগীসকলে।...
| News18 Assam | August 4, 2020,3:53 pm IST