-
গঁড় হত্যাৰ মাষ্টাৰ মাইণ্ড চিঞ্জাচাম কভিড ১৯ পজিটিভ, মণিপুৰৰ পৰা গ্ৰেপ্তাৰ হৈছিল চিকাৰীটো
বোকাখাত মহকুমা ন্যায়িক আদালতৰ অনুমতি সাপেক্ষে বোকাখাত আৰক্ষীৰ জিম্মাৎ আছিল চিঞ্জাচাম ৷...
| News18 Assam | July 20, 2020,4:08 pm IST -
কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নিজ হাতেৰে গাখীৰ খুৱালে গঁড় পোৱালিক
মুখ্যমন্ত্ৰীক সংগ দিয়ে কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই৷...
| News18 Assam | July 16, 2020,3:11 pm IST -
কাজিৰঙাত বানত মাতৃহাৰা হোৱা গঁড় পোৱালী উদ্ধাৰ, CWRC ত প্ৰতিপালিত পোৱালীটো
বৰ্তমান পোৱালীটোৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে কেন্দ্ৰটোৰ চিকিৎসক ডাঃ প্ৰাণজিত বসুমতাৰীয়ে ৷ ...
| News18 Assam | July 15, 2020,5:02 pm IST -
অপহৰণ আৰু ডকাইতিৰ অভিযোগত বোকাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ আছু নেতাক
গুটখাৰ গাড়ী এখন অপহৰণ কৰাৰ কাৰণে আটাইকেইজনক গ্ৰেপ্তাৰ কৰাৰ কথা জনাইছে আৰক্ষীয়ে।...
| News18 Assam | July 14, 2020,11:09 am IST -
বাঘে–ছাগে একেলগে! কাজিৰঙাৰ কান্ধুলীমাৰীত ভাগৰুৱা বনৰজাই আশ্ৰয় ল’লে ছাগলীৰ গঁৰালত
| News18 Assam | July 13, 2020,2:43 pm IST -
বাঘজান কাণ্ড: অইলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণত গোচৰ
মঙলবাৰে হোৱা শুনানিত অইল ইণ্ডিয়াৰ লগতে বিচাৰপীঠে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডকো জগৰীয়া কৰে ৷...
| News18 Assam | July 8, 2020,6:03 pm IST -
বোকাখাতত গাহৰিৰ দেহত ধৰা পৰিল আফ্ৰিকান ছোৱাইন ফিভাৰ, গাহৰি কিনা–বেচাত নিষেধাজ্ঞা
| News18 Assam | July 6, 2020,8:00 pm IST -
প্ৰচণ্ড গুলীয়াগুলিৰ অন্তত জালত পৰিল ভাল্টে, কাজিৰঙাৰ গঁড় হত্যাৰ মাষ্টাৰমাইণ্ড ভাল্টেৰ কাহিনী শুনিলে তবধ মানিব আপুনি
| News18 Assam | July 5, 2020,10:06 pm IST -
বোকাখাতত শ শ গাহৰিৰ অচিন ৰোগত মৃত্যু, পোতা ঠাইৰ অভাৱত উটুৱাই দিবলগীয়া হৈছে মৃত গাহৰি
শ্বোৱাইন ফিভাৰতেই গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোৱে৷...
| News18 Assam | July 5, 2020,5:55 pm IST -
বানত দিকবিদিক হেৰুওৱা কাজিৰঙাৰ বন্যপ্ৰাণীৰ ওপৰত লোলুপ দৃষ্টি দুষ্টচক্ৰৰ
| News18 Assam | July 3, 2020,6:42 pm IST -
মানুহৰ আপডালত ডাঙৰ হৈছে যোৱাবছৰ বানত উটি অহা ৫টা গঁড় পোৱালী, চাওক PHOTO
| News18 Assam | July 2, 2020,7:43 pm IST -
কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এখন গাওঁ, ৫০০টা নাগৰিকৰ জীৱন চলি আছে এটা কুঁৱাৰে
বোকাখাত সমষ্টিৰ কাৰ্বি আংলং সীমাৰ কাকচাং গাঁৱৰ কাহিনী এইয়া ৷ ...
| News18 Assam | June 24, 2020,4:59 pm IST -
বোকাখাতত কোৱাৰেণ্টাইনত থকা ১০জনৰ দেহত কোভিড–১৯ পজিটিভ, কণ্টেইনমেণ্ট জ'ন ঘোষণা
কলিকতাৰ পৰা অহা কুৰুৱাবাহীৰ এগৰাকী যুৱতীৰ দেহতো ধৰা পৰে কোভিড–১৯।...
| News18 Assam | June 9, 2020,3:47 pm IST -
মন্ত্ৰী অতুল বৰাৰ সমষ্টিত বৰষুণৰ পানী খাই জীৱন নিৰ্বাহ কৰিছে এইগৰাকী মহিলাই
চৰকাৰীভাৱে এটা বাসগৃহ লাভ কৰা মহিলাগৰাকীয়ে অন্য চৰকাৰী সুবিধাও লাভ কৰা নাই৷...
| News18 Assam | June 8, 2020,11:22 pm IST -
স্বাস্থ্যমন্ত্ৰীলৈ টুইটৰ পিছতে বোকাখাত মহকুমা প্ৰশাসনৰ ৰোষত প্ৰবক্তা
১ জুনৰ দিনাই অধ্যাপক ড০ বিদ্যুৎ বৰুৱালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে৷...
| News18 Assam | June 2, 2020,7:17 pm IST