News18 »pradyut mahanta
-
Sarbananda Sonowal : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণৰক্ষা সোণোৱালৰ।
বোকাখাতৰ লখৌজানত দুৰ্ঘটনাত পতিত কনভয়টো। তীব্ৰ বেগী ডাম্পাৰে খুন্দা মাৰে দনভয়ত থকা আৰক্ষীৰ বলেৰ'ত।...
| News18 Assam | May 15, 2021,7:05 pm IST -
জে’লতে ৰচিছিল গঁড় হত্যাৰ পৰিকল্পনা, বোকাখাত আৰক্ষী আৰু বন বিভাগৰ অভিযানত জালত পৰিল ৫ দুৰ্ধৰ্ষ গঁড় চিকাৰী
| News18 Assam | April 24, 2021,9:24 am IST -
কাল কোৰোণাই মচিলে মুনুৰ সপোনবোৰ, পত্নীক সুখী কৰি পুত্ৰক মানুহ কৰাৰ বাবে গুজৰাটলৈ যোৱা বিৰাজ উভতি নাহিল, মোবাইলত পত্নীয়ে চালে স্বামীৰ অন্ত্যেষ্টিক্ৰিয়া
৪ বছৰ ধৰি গুজৰাটৰ ব্যক্তিগত খণ্ডত সেৱা আগবঢ়োৱা বিৰাজ ২০২০ বৰ্ষৰ কোৰোণাৰ ঢৌতো ঘৰলৈ অহা নাছিল৷...
| News18 Assam | April 22, 2021,5:12 pm IST -
Covid 19 Assam: প্ৰথম পালি কোভিড ভেকচিন লোৱাৰ পাছতো পজিটিভ বোকাখাতৰ মহিলা। বোকাখাত অসামৰিক চিকিৎসালয়ত ভেকচিন শেষ।
| News18 Assam | April 19, 2021,4:32 pm IST -
কাজিৰঙাৰ ৩টা গঁড় পোৱালিক মানাহলৈ প্ৰেৰণ, মানাহৰ গঁড়ৰ সংখ্যা ৪০ লৈ বৃদ্ধি
| News18 Assam | April 9, 2021,7:27 pm IST -
অসমত প্ৰথম কোভিড ভেকচিন ল’লে ডাঃ মিলন কুমাৰ লস্কৰে
শনিবাৰে পুৱা মহকুমাধিপতি বিপুল দাসে শুভাৰম্ভ কৰাৰ পিছতেই কোভিডৰ ভেকচিন গ্ৰহণ কৰে৷...
| News18 Assam | January 17, 2021,8:21 am IST -
বন্ধ হ'ব পাৰে CWRC! কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে অৰ্থ সংকটত ভুগিছে কেন্দ্ৰটো
| News18 Assam | November 3, 2020,9:33 am IST -
শ্বেৰমানে অসমীয়াৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছে, বোকাখাতত ক’লে অতুল বৰাই
জাতীয়তাবাদী শিবিৰ বুলি কৈ অজিত ভূঞাই জাতিৰ বাবে কি কৰিছে বুলিও প্ৰশ্ন কৰে বৰাই৷...
| News18 Assam | October 26, 2020,8:47 am IST -
‘মই ঢোৰাসাপ নহয়, অজগৰহে, গিলি পেলালে ৰক্ষা নাই’ – অতুল বৰাক প্ৰত্যুত্তৰ জীতেন গগৈৰ
| News18 Assam | October 21, 2020,12:34 pm IST -
বোকাখাতত গঁড়ৰ খড়্গসহ আটক পতি–পত্নী
খড়্গটো ঘৰৰ ভিতৰত এটা বেগৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীৰ অভিযানকাৰী দলে উদ্ধাৰ কৰে...
| News18 Assam | October 7, 2020,11:38 am IST -
‘মই বিয়াত বহিব নোৱাৰিম, মোৰ বয়ফ্ৰেণ্ড আছে, সি মৰি থাকিব’- বিয়াৰ আগদিনা বোকাখাতৰ দৰালৈ গোলাঘাটৰ কইনাৰ ফোন
এতিয়া উপায়হীন হৈ দৰাঘৰে গালিকে পাৰিলে কইনাঘৰক!...
| News18 Assam | September 16, 2020,8:13 pm IST -
মৃত্যু উপত্যকাত পৰিণত অসমৰ এটা জলপ্ৰপাত! কিহৰ বাবে প্ৰশাসনে বন্ধ কৰিলে জলপ্ৰপাতটো
| News18 Assam | September 10, 2020,2:27 pm IST -
কাৰ্বি আংলঙত জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ সলিলসমাধি দুই যুৱকৰ
গোলাঘাট নগৰৰ পৰা ৮ জনীয়া দলটো গৈছিল জলপ্ৰপাতটোলৈ৷...
| News18 Assam | September 7, 2020,1:03 pm IST -
‘কাজিৰঙাৰ ৰজা’ৰ ঘৰত প্ৰাক্তন মুখ্যমন্ত্ৰী, মন্ত্ৰী অতুল বৰাৰ সমষ্টিত কি কৰিছে প্ৰফুল্ল কুমাৰ মহন্তই?
| News18 Assam | July 25, 2020,2:06 pm IST -
বন্যপ্ৰাণীক অগাধ ভাল পোৱা এগৰাকী নাৰী, কাজিৰঙাৰ বন্যপ্ৰাণীৰ নামত আগবঢ়ালে সাঁচতীয়া ১ লাখ টকা
| News18 Assam | July 22, 2020,7:11 pm IST