News18 »niranjan das
-
বৰপেটাত চিকিৎসকৰ জাল প্ৰমাণপত্ৰ প্ৰদানৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
চিকিৎসকৰ চহী আৰু ছীল–মোহৰ ব্যৱহাৰ কৰি শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰি আহিছিল কমল ডেকাই৷...
| News18 Assam | September 7, 2021,5:20 pm IST -
সংগীতনাটক অকাডেমি বঁটাপ্ৰাপক বৰপেটাৰ জগন্নাথ বায়ন অসুস্থ
জগন্নাথ বায়নে খোলটোকেই সংগী কৰি সত্ৰনগৰী বৰপেটাৰ পৰা আৰম্ভ কৰিছিল বিশ্বমুখী যাত্ৰা ৷ ...
| News18 Assam | August 31, 2021,4:45 pm IST -
চাইবৰ ৰহমানক লগত লৈ বৰপেটাৰ কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ অভিযান, ৰহমানৰ স্থাৱৰ সম্পত্তিৰ তথ্য বিচাৰি অভিযান
তদন্তকাৰী বিষয়া ৰ'জী কলিতাই জনোৱা মতে, বৰপেটাৰ ৪১স্থানত ভূমি–সম্পত্তি আছে চাইবৰৰ৷...
| News18 Assam | August 26, 2021,5:51 pm IST -
Rural Hospital : অসমত আছে এখন কোটি টকাৰ চিকিৎসালয়, কিন্তু নাহে ৰোগী...
| News18 Assam | August 23, 2021,2:59 pm IST -
Taliban Supporters Arrested : তালিবানৰ সমৰ্থক বৰপেটাৰ মাজিদুল ইছলামক UDSFৰ জিলা সভাপতি পদৰ পৰা নিলম্বন ৷
| News18 Assam | August 22, 2021,9:16 pm IST -
তালিবানৰ প্ৰতি আকুল হিয়া! বৰপেটাতো দুই তালিবানী সমৰ্থকক গ্ৰেপ্তাৰ
তালিবানক সমৰ্থন কৰি ছ'চিয়েল মিডিয়া ফেচবুকত পোষ্ট কৰিছিল বৰপেটাৰ এই দুই যুৱকে ৷...
| News18 Assam | August 21, 2021,2:39 pm IST -
Rhino Horn Counting : পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৫০০ গঁড়ৰ খড়্গ হৰলুকিৰ অভিসন্ধি চলিছিল, অভিযোগ দিলীপ নাথৰ
| News18 Assam | August 20, 2021,6:29 pm IST -
নতুন SOP অনুসৰি সত্ৰনগৰী বৰপেটাৰ কীৰ্তনঘৰ মুকলি ! আজিৰেপৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আৰম্ভ...
| News18 Assam | August 18, 2021,11:32 am IST -
Independence Day 2021 : সীমান্তত সাহসীকতাৰ পৰিচয়, কেপ্টেইন দেৱাংগভূষণ দাসলৈ সামৰিক বাহিনীৰ মুৰব্বীৰ প্ৰশংসাসূচক সন্মান ৷
| News18 Assam | August 15, 2021,2:35 pm IST -
Independence Day 2021 : বৰপেটাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে উত্তোলন কৰিলে ত্ৰিৰংগা
এইবেলি স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰদৰ্শন কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান৷...
| News18 Assam | August 15, 2021,10:52 am IST -
বৰপেটা জিলা কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰলৈ ৰাষ্ট্ৰপতিৰ সংস্কাৰমূলক উৎকৰ্ষতাৰ বঁটা
বৰপেটাৰ কাৰাগাৰ অধীক্ষক গোবিন্দ মালাকাৰ অসমৰ পৰা এনে বঁটা লাভ কৰা একমাত্ৰ বিষয়া৷...
| News18 Assam | August 14, 2021,11:58 pm IST -
বৰপেটাৰ বহৰিত পক্ষী নিধনেৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ, দীৰ্ঘদিন পলাতক আছিল অভিযুক্ত
চৰায়ে পথাৰৰ কঠীয়াৰ বীজ খাই নষ্ট কৰিব নোৱাৰাকৈ ধানৰ বীজত কীটনাশক দ্ৰব্য মিহলাই নিধন কৰিছিল পক্ষী৷...
| News18 Assam | August 11, 2021,5:39 pm IST -
ঐতিহাসিক স্থলত বেদখল, উপন্যাসসম্ৰাট ৰজনীকান্ত বৰদলৈৰ স্মৃতিবিজড়িত স্থান সংৰক্ষণৰ দাবী হাউলীবাসীৰ
| News18 Assam | August 10, 2021,2:07 pm IST -
বৰপেটা আৰক্ষীৰ জালত ২৯জন জুৱাৰী, ভাড়াঘৰত মুকলিকৈ চলাইছিল জুৱাৰ বেহা
| News18 Assam | August 8, 2021,5:51 pm IST -
বৰপেটাৰ পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ সত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অংশ ল’লে নাম–প্ৰসংগত
| News18 Assam | August 3, 2021,4:44 pm IST