Change Language
News18 »niranjan das
-
লুৰিণজ্যোতি গগৈৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ’ব – ক’লে ৰামেশ্বৰ তেলীয়ে
| News18 Assam | February 24, 2021,6:06 pm IST -
মটৰ দুৰ্ঘটনাই এগৰাকী টেট শিক্ষয়ত্ৰীৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আগবঢ়ালে সহায়ৰ হাত
মটৰ চাইকেল দুৰ্ঘটনাই এগৰাকী টেট শিক্ষয়ত্ৰীৰ জীৱনলৈ নমাই আনিছিল চৰম দুৰ্দশা।...
| News18 Assam | February 4, 2021,2:37 pm IST -
চৌদিশে কেৱল মানুহ! বৰপেটাত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন, দিলে বিজেপিক উৎখাত কৰাৰ হুংকাৰ
| News18 Assam | January 11, 2021,10:15 pm IST -
উজনিৰ পিছত অসম জাতীয় পৰিষদৰ টাৰ্গেট এইবাৰ নামনি অসম, লুৰিণজ্যোতি গগৈ বৰপেটাত উপস্থিত হোৱাৰ পিছতে সমৰ্থকৰ ব্যাপক উচাহ
দেওবাৰে বৰপেটাত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীতো অংশ লয় লুৰিণজ্যোতি গগৈয়ে।...
| News18 Assam | January 10, 2021,3:37 pm IST -
‘সত্যৰঞ্জন বৰাৰ মন্তব্য পাগলৰ প্ৰলাপ, তেওঁৰ কি হৈছে চিকিৎসকেহে ক’ব পাৰিব’ – ক’লে এইগৰাকী বিজেপি নেতাই
| News18 Assam | December 30, 2020,2:13 pm IST -
সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ বৃহৎ সাংগঠনিক সভা, কমল কুমাৰ মেধি, জেৰিফা ৱাহিদৰ উপস্থিতিত সৰুক্ষেত্ৰী সমষ্টি সমিতি গঠন
অতি সোনকালেই অখিল গগৈ জে’লৰ পৰা মুকলি হৈ আহিব বুলি মন্তব্য কৰে একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে৷...
| News18 Assam | December 27, 2020,10:35 am IST -
হাউলী চহৰৰ মাজমজিয়াত অগ্নিকাণ্ড, হঠাৎ দপদপকৈ জ্বলি উঠিল এখন জুৱেলাৰীৰ বিপণী
দোকানখনৰ ভিতৰৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক৷...
| News18 Assam | December 22, 2020,11:46 am IST -
নিজ গৃহলৈ অনা হ’ল বেংগালুৰুত ধৰ্ণ–হত্যাৰ বলি হোৱা বৰপেটাৰ যুৱতীৰ নশ্বৰদেহ
| News18 Assam | December 18, 2020,4:13 pm IST -
বৰপেটাৰ মেধাবী ছাত্ৰীক বেংগালুৰুত ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা, জালত অভিযুক্ত
| News18 Assam | December 17, 2020,6:39 pm IST -
বৰপেটাত আধাৰ কাৰ্ডৰ নামত ব্যাপত অনিয়ম, আৰক্ষীৰ জালত ৫ যুৱক
| News18 Assam | December 17, 2020,2:49 pm IST -
মূল্যবৃদ্ধিক লৈ ৰাইজে জলাকলা খাইছে, যোগান মন্ত্ৰীয়ে কয় দাম কমি আছে
| News18 Assam | December 7, 2020,4:04 pm IST -
হাগ্ৰামাক জে’ললৈ পঠিয়ালে হিমন্ত বিশ্ব শৰ্মাকো পঠিয়াব লাগিব, ক’লে সাংসদ আব্দুল খালেকে
| News18 Assam | December 6, 2020,8:57 am IST -
জুইৰে প্ৰতিচ্ছবি অংকন কৰি জুবিনক জন্মদিনৰ শুভেচ্ছা জনালে চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে
সৰুতেই পিতৃ-মাতৃ হাৰা নিৰ্জু ৰাজ দাসক তুলি–তালি ডাঙৰ দীঘল কৰিছে মাহীয়েকে৷...
| News18 Assam | November 18, 2020,12:09 pm IST -
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটাত AIUDFৰ এজাহাৰ দাখিল
| News18 Assam | November 12, 2020,5:39 pm IST -
সৰভোগৰ পৰাই নিৰ্বাচন খেলাৰ মন কল্পনা পাটোৱাৰীৰ, পিছে ৰণজিত দাসে লগাব নেকি আউল!
কল্পনা, আজমল অথবা নৰেন্দ্ৰ মোদী আহিব আৰু যাব৷ কিন্তু ৰাইজ সজাগ নহলে একো নহ’ব বুলি কয় কল্পনাই ৷...
| News18 Assam | November 9, 2020,8:51 am IST