-
Gargaon College: গড়গাঁও মহাবিদ্যালয়ত ৫টা বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে অনুমোদন
২০২২-২৩ শিক্ষাবৰ্ষৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ৫টা বিষয়ত পাঠদান কৰিব মহাবিদ্যালয়খনে৷ ...
| News18 Assam | June 29, 2022,3:55 pm IST -
পুনৰ চলিব কপলিং ছিগা ৰে’ল, কোভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ আছিল শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ চলাচল কৰা ৰে’লখন
কিন্তু ভাল খবৰ এয়াই যে শিমলুগুৰিৰ পৰা ডিব্ৰুগড়ৰলৈ চলাচল কৰা ৰে’লখন অহা ৪ জুলাইৰ পৰা পুনৰ চলিব৷ ...
| News18 Assam | June 29, 2022,11:42 am IST -
কথা দি কথা ৰাখিলে যুগলে , নামভৰ্তিৰ নামত বিদ্যালয় কৰ্তৃপক্ষক দিয়া ১০ টকাও ঘূৰাই পালে ...
| News18 Assam | June 28, 2022,8:46 am IST -
Exceptional Art: পথাৰত খেতিৰ মাজতে কোৰেৰে ঘাঁহ কাটি যুৱকে আঁকিলে বিষ্ণু ৰাভাৰ ছবি
যুৱ প্ৰজন্মক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবেই এই পদক্ষেপ যুৱক জনৰ৷ ...
| News18 Assam | June 26, 2022,7:25 pm IST -
Drugs Seized: শিমলুগুৰি ৰে'ল জংচনত কোটি টকাৰ ড্ৰাগছ জব্দ ৷
ৰে'লৱে সুৰক্ষা বাহিনীৰ অভিযানত উদ্ধাৰ ২৬ কণ্টেইনাৰ ড্ৰাগছ৷ ...
| News18 Assam | June 24, 2022,9:08 pm IST -
Nazira Congress Protest: বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে নাজিৰাত কংগ্ৰেছৰ প্ৰবল প্ৰতিবাদ, ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ
প্ৰতিবাদকাৰীসকলে "অগ্নিপথ আঁচনি প্ৰত্যাহাৰ কৰাৰ বাবেও শ্লোগান দিয়ে।...
| News18 Assam | June 21, 2022,2:41 pm IST -
International Yoga Day 2022 : ঐতিহাসিক কাৰেং ঘৰৰ বাকৰিত যোগ দিৱস পালন, অংশগ্ৰহণ বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ
| News18 Assam | June 21, 2022,10:18 am IST -
Sivasagar : বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলাৰ নতুন সমিতি গঠন
শিৱসাগৰ জিলাৰ সচিবপ্ৰধান হিচাপে বিষ্ণু শইকীয়া আৰু জিলা সভাপতি হিচাপে যদুমণি কলিতাক দায়িত্ব ...
| News18 Assam | June 20, 2022,3:48 pm IST -
Accident: নাজিৰাত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু মৰিগাঁৱৰ যুৱকৰ
দুৰ্ঘটনাগ্ৰস্ত যুৱকজনক আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।...
| News18 Assam | June 15, 2022,6:41 pm IST -
শিৱসাগৰ জিলাৰ শিমলুগুৰি ৰেল জংচনত ডেৰ কোটি টকাৰ ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী ...
| News18 Assam | June 7, 2022,8:42 pm IST -
Assam HSLC Results 2022: সৰুতেই হেৰুৱাইছিল পিতৃ-মাতৃক! আজি ঘোষিত HSLC পৰীক্ষাৰ ফলাফলত উজলি উঠিল শিৱসাগৰৰ দিপাঞ্জল খাৰিয়া
| News18 Assam | June 7, 2022,11:03 am IST -
যুৱতীৰ iPhone আৰু নগদ ধন চুৰ কৰি ৰঙা ঘৰৰ আলহী হ'ল নাজিৰাৰ যুৱক
| News18 Assam | June 6, 2022,5:20 pm IST -
শ্ৰেণী কোঠাত হঠাৎ ঢলি পৰিল তিনিগৰাকীকৈ ছাত্ৰী, নাজিৰাৰ বিদ্যালয়ত হাহাকাৰ পৰিৱেশ
বিদ্যালয়খনত কি কাৰণত এনে ঘটনা সঘনাই সংঘটিত হৈছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই৷ ...
| News18 Assam | June 6, 2022,3:51 pm IST -
World Environment Day: নাজিৰাত বিশ্ব পৰিৱেশ দিৱস পালন, বৰবৰুৱা পুখুৰীৰ পাৰত প্ৰতীকপট 'I LOVE NAZIRA' উন্মোচন
মহকুমাটোৰ বিভিন্ন বিভাগৰ কাৰ্যালয়সমূহৰ চৌহদত পৰিৱেশ সুৰক্ষাৰ বাবে গছপুলি ৰোপণ কৰা হয়।...
| News18 Assam | June 5, 2022,3:03 pm IST -
Teacher Appointment Scam: নাজিৰাতো আছে এহেজাৰতকৈ অধিক ভুৱা শিক্ষক, RTIৰ পাতে পাতে ভুৱা শিক্ষকৰ নাম
| News18 Assam | June 3, 2022,6:30 pm IST