News18 »nabajyoti mahanta
-
মই অখিল গগৈক পাত্তা নিদিওঁ, যদি দম আছে মোক হৰুৱাই দেখুৱাওক - মঙলদৈত ক’লে পীযূষ হাজৰিকাই
আগন্তুক বিধানসভা নিৰ্বাচনত উজনি অসমত বিজেপিয়ে অধিক আসন লাভ কৰিব বুলিও ক’লে মন্ত্ৰীগৰাকীয়ে।...
| News18 Assam | September 8, 2020,9:12 pm IST -
কোৰোণাত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে ৩২ হাজাৰ টকা দাবী পৌৰকৰ্মীৰ, ৪ ঘণ্টা চিকিৎসালয়ৰ বাহিৰত পৰি থাকিল মৃতদেহ
| News18 Assam | September 3, 2020,2:46 pm IST -
‘কা’ আন্দোলনত ওলাই অহা লোকসকলক তেওঁলোকে অপমান কৰিছে – ৰাজনীতিত যোগ দিয়া শিল্পীক লৈ ক’লে ৰবি শৰ্মাই
কোনো ৰাজনৈতিক দলৰ হৈ প্ৰচাৰ নচলায় বুলিও মন্তব্য কৰে ৰবি শৰ্মাই।...
| News18 Assam | August 31, 2020,9:54 am IST -
ধৈৰ্যৰ বান্ধ চিঙি গ’ল মাতৃৰ, ৰডেৰে কোবাই–দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক
মাকৰ লগতে ঘৰৰ আন সদস্যৰ খোৱা–বোৱা আনকি ঘৰত থকাও কঠিন হৈ পৰিছিল।...
| News18 Assam | August 24, 2020,12:07 am IST -
বিধানসভা আৰু বিটিচি নিৰ্বাচন যৌথভাৱে খেলিব কংগ্ৰেছ–AIUDF–এ, ওদালগুৰিত ক’লে AIUDFৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে
ইতিমধ্যে BTC পৰিষদীয় সমষ্টিৰ নিৰ্বাচনত কংগ্ৰেছ–AIUDF–এ যৌথভাৱে প্ৰচাৰ আৰম্ভ কৰিছে।...
| News18 Assam | August 19, 2020,10:51 pm IST -
ৰাজনীতিৰ পথাৰত খোজ দিব পৰমানন্দ ৰাজবংশীয়ে! কোন দলত কৰিব যোগদান?
| News18 Assam | August 16, 2020,4:43 pm IST -
বাঢ়িয়েই আছে উচ্চতা! ৫০ ফুট উচ্চতাৰ অমিতা গছকলৈ এতিয়া মঙলদৈত কৌতুহল, গুটি বিচাৰি হাহাকাৰ অঞ্চলাবাসীৰ
| News18 Assam | July 30, 2020,4:44 pm IST -
ছিপাঝাৰৰ আকাশত COMET NEOWISE, মঙলদৈৰ যুৱকৰ কেমেৰাত আবদ্ধ ধূমকেতুৰ বিৰল দৃশ্য
| News18 Assam | July 20, 2020,12:59 pm IST -
ছিপাঝাৰত ননৈ নদীৰ বাঢ়নী পানীয়ে ছিঙিলে মথাউৰি, বৃহত্তৰ অঞ্চল বানত প্লাৱিত
এনেদৰে পানী বঢ়ি থাকিলে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ আশংকা কৰা গৈছে।...
| News18 Assam | July 12, 2020,12:06 pm IST -
মঙলদৈ পলিক্লিনিকৰ ১২গৰাকী আক্ৰান্ত কোৰোণাত, দৰঙত দ্ৰুতগতিত বৃদ্ধি আক্ৰান্তৰ সংখ্যা
| News18 Assam | July 11, 2020,10:16 pm IST -
মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৪ গৰাকী চিকিৎসকৰ দেহত কোভিড পজিটিভ
ইয়াৰ পূৰ্বেও মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ জিতেন চহৰীয়া আক্ৰান্ত হৈছিল COVID-19ত। ...
| News18 Assam | July 6, 2020,7:30 pm IST -
ষ্টেট বেংকৰ কৰ্মচাৰীৰ দেহত COVID-19 পজিটিভ ওলোৱাৰ পিছতে হাহাকাৰ লাগিছে মঙলদৈত
অৱশ্যে ২৯ জুনত নমুনা সংগ্ৰহ কৰা আন কৰ্মচাৰীসকলৰ ফলাফল নিগেটিভ আহিছে।...
| News18 Assam | July 3, 2020,7:32 pm IST -
বানৰ বিভীষিকাৰ মাজতে দৰঙত এখন বিয়া, কলৰ ভূঁৰত আহিল দৰা–কইনা
| News18 Assam | July 1, 2020,12:06 pm IST -
কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰথম মহলাৰ পৰা তলত পৰিল এজন যুৱক
মঙলদৈৰ ১ নং বামুনপাৰা ২ নং কেন্দ্ৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত অঘটন।...
| News18 Assam | June 20, 2020,9:43 am IST -
দৰঙৰ দলগাঁৱৰ কোৱাৰেণ্টাইন চেণ্টাৰত আৰক্ষীৰ লাঠিচার্জ, খাদ্য নোপোৱাৰ অভিযোগত একাংশ লোকে কৰিছিল প্ৰতিবাদ
চেণ্টাৰটোত খাৰুপেটীয়া, দলগাঁও, ধূলা অঞ্চলৰ শিশু, গৰ্ভৱতী মহিলাসহ প্ৰায় ৩২০ লোক আছে।...
| News18 Assam | June 19, 2020,2:25 pm IST