-
দেশী–বিদেশী পৰ্যটকক আকৰ্ষণৰ বাবে পথৰুঘাটত নিৰ্মাণ হ’ব স্মৃতিক্ষেত্ৰ – ১২৭সংখ্যক কৃষক শ্বহীদ দিৱসত ঘোষণা মুখ্যমন্ত্ৰীৰ
| News18 Assam | January 28, 2021,6:57 pm IST -
ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, দৰঙৰ ধূলাত লাঠিৰে মৰিয়াই হত্যা এজনক
১৪ জানুৱাৰীত সংঘটিত হোৱা ঘটনাৰ দৃশ্য দেৰিকৈ পোহৰলৈ অহাৰ পিছতে চঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত।...
| News18 Assam | January 22, 2021,3:09 pm IST -
দৰঙৰ বেছিমাৰীত ভয়ংকৰ দুৰ্ঘটনা, ট্ৰাকে মহতিয়াই নিলে বাইকেৰে গৈ থকা এটা পৰিয়ালক, নিহত পিতৃ–কন্যা
একেখন দুচকীয়া বহনত চাৰিজন যোৱাই কাল হ’ল পৰিয়ালটোৰ।...
| News18 Assam | January 11, 2021,8:54 am IST -
দৰং জিলাত পুনৰ সক্ৰিয় আলফা, আৰক্ষীৰ প্ৰচেষ্টাত গ্ৰেপ্তাৰ ৭ আলফা স্বাধীনৰ নেতা
বহু যুৱকৰ সৈতে ধৃত আলফাৰ দলটোৱে আলফা স্বাধীনত নতুন সদস্য ভৰ্তি কৰিবলৈ যোগাযোগ কৰিছিল। ...
| News18 Assam | January 8, 2021,8:43 am IST -
দৰঙৰ পাথৰিঘাট আৰক্ষীৰ অভিযানত ৫টাকৈ দুষ্প্ৰাপ্য কেকো সাপসহ এজনক গ্ৰেপ্তাৰ
আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰা মূল সৰবৰাহকাৰীজন মোজাফৰ ওৰফে মোজা।...
| News18 Assam | January 5, 2021,12:13 pm IST -
মঙলদৈত বোৱাৰী হত্যাক লৈ তীব্ৰ উত্তেজনা, স্বামীগৃহৰ চোতালতে সৎকাৰ কৰিলে মৃতদেহ
ক্ষুব্ধ ৰাইজে ৰাইজে স্বামী গৌতম বৈশ্যৰ তিনিটাকৈ বাসগৃহ জ্বলাই ভস্মীভূত কৰে।...
| News18 Assam | December 29, 2020,9:22 am IST -
মঙলদৈৰ বৰসত্ৰ গাঁৱত ন–বোৱাৰীক হত্যা কৰি ওলমাই থ’লে স্বামী আৰু পৰিয়ালে! ছুইচাইড নোটত চাঞ্চল্যকৰ তথ্য
আৰক্ষীয়ে উদ্ধাৰ কৰিছে তৃষ্ণামণিয়ে লিখি থৈ যোৱা এখন ছুইচাইড নোট।...
| News18 Assam | December 27, 2020,9:02 pm IST -
আহি আছে কোৰোণা ভাইৰাছৰ ভেকচিন! মঙলদৈত কোভিড ভেকচিন প্ৰদানৰ প্ৰশিক্ষণ
মঙলদৈত কোভিড ভেকচিনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।...
| News18 Assam | December 24, 2020,1:21 pm IST -
‘UPPLৰ সৈতে মিত্ৰতা স্থাপন কৰি বিজেপিয়ে দখল কৰিব BTC’
নিশ্চিত চৰকাৰৰ গঠনৰ দিশে প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL।...
| News18 Assam | December 12, 2020,4:14 pm IST -
বিক্ৰী কৰিবলৈ আনিছিল পিষ্টল আৰু গুলী, দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুজনক
| News18 Assam | November 18, 2020,5:14 pm IST -
মঙলদৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেক্টৰে মহতিয়াই নিলে চাইকেল আৰোহী যুৱকক
যুৱকজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।...
| News18 Assam | November 17, 2020,11:39 am IST -
সক্ৰিয় ৰাজনীতিত অভিনেত্ৰী জেৰিফা ৱাহিদ, ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব নেকি জেৰিফাই?
"ৰাজনীতি লগত জড়িত থাকিলেও মই অভিনয়ৰ লগতো জড়িত থাকিম। কেইবাটাও পৰিকল্পনা আছে মোৰ।" – ক’লে জেৰিফাই।...
| News18 Assam | October 29, 2020,11:09 am IST -
আৰ্থিক সংকটৰ সন্মুখীন হোৱা প্ৰয়াত খাপলাং কাইৰ পৰিয়ালৰ কাষত যতীন বৰা, আগবঢ়ালে আৰ্থিক সাহাৰ্য
| News18 Assam | October 17, 2020,10:42 am IST -
বিধায়ক ৰমাকান্ত দেউৰীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবী অসম যুৱ ব্ৰাহ্মণ সমাজৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিধায়কজনক লেকাম লগোৱাৰ দাবী ব্ৰাহ্মণ সমাজৰ।...
| News18 Assam | October 6, 2020,12:54 pm IST -
খাপলাং কাইক মনত আছেনে? এসময়ত মানুহক হাঁহিৰ খোৰাক দিয়া কৌতুক অভিনেতা ৰাহুল দাসৰ পৰিয়ালে আজি কান্দিছে
খাপলাং কাই চৰিত্ৰত অভিনয় কৰি অতি জনপ্ৰিয় হৈ পৰা ৰাহুল দাসৰ ২০১৭ চনৰ ১৫ অক্টোবৰত মৃত্যু হৈছিল।...
| News18 Assam | October 1, 2020,9:36 am IST