News18 »nabajyoti mahanta
-
শিৱসাগৰত ম'ৰেল পুলিচগিৰি, মোবাইল চুৰিৰ সন্দেহত অমানুষিক অত্যাচাৰ পিছৰে পৰা সন্ধানহীন যুৱক, চাঞ্চল্য
একমাত্ৰ উপাৰ্জনকাৰী দুই সন্তানৰ পিতৃৰ সন্ধান নথকাত মূৰত সৰগ ভাঙি পৰিছে মাতৃ–পত্নীৰ।...
| News18 Assam | September 5, 2021,11:09 pm IST -
মঙলদৈত আলফাৰ নামত শিক্ষকক ১০ লাখ টকা দাবী ! দাবী কৰা ধন নিবলৈ আহি গ্ৰেপ্তাৰ হ'ল ৩জন...
| News18 Assam | September 4, 2021,10:47 am IST -
ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ সুনাম কঢ়িয়াই অনা এগৰাকী খেলুৱৈয়ে কৰিব লগা হৈছে দিন হাজিৰা ! চৰকাৰলৈ অনুৰোধ, 'মোক এটা সংস্থাপন দিয়ক'...
| News18 Assam | August 31, 2021,11:49 pm IST -
খাৰুপেটীয়াত জব্দ সোণৰ নাও, ৬ যুৱকে ক’ৰ পৰা আনিছিল সোণৰ নাওখন?
আৰক্ষীয়ে জব্দ কৰা সোণখিনি আচল নে নকল এতিয়াও জানিব পৰা হোৱা নাই।...
| News18 Assam | August 26, 2021,1:27 pm IST -
ছিপাঝাৰৰ কদমতলীত দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ
দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকে মঙলদৈ অভিমুখে পলায়ন কৰে৷...
| News18 Assam | August 25, 2021,6:31 pm IST -
INDIA BOOK OF RECORDS ত নিজৰ নাম সন্নিৱিষ্ট কৰিলে মঙ্গলদৈৰ এজন উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰই...
| News18 Assam | August 25, 2021,10:48 am IST -
Taliban Supporters in Assam : তালিবানক সমৰ্থন জনোৱা সকল আফগানিস্তানত গৈ থাকক, তেওঁলোক ভাৰতবৰ্ষৰ শত্ৰু : সাংসদ দীলিপ শইকীয়া
| News18 Assam | August 23, 2021,10:49 am IST -
Training Camp for Youths : অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ ! ১ ছেপ্টেম্বৰৰ পৰা হ'ব লগা বাছনি পৰীক্ষালৈ সাজু শ শ যুৱক যুৱতী।
| News18 Assam | August 22, 2021,2:59 pm IST -
মঙলদৈত ১৫ হাজাৰ টকা ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল ADO জ্যোতিৰেখা দাস
কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিয়াৰ বাবদ লৈছিল উক্ত ধন।...
| News18 Assam | August 4, 2021,1:15 pm IST -
Garukhuti Project Bhumi Pujan : ছিপাঝাৰত ভূমি পূজনেৰে ৰাজ্যৰ সৰ্ববৃহৎ কৃষি প্ৰকল্পৰ শুভাৰম্ভণি। ৭৭ হাজাৰ ৪২০ বিঘা ভূমিত আত্মনিৰ্ভৰ অসমৰ বীজ ৰোপণ কৰিলে পদ্ম হাজৰিকাই।
| News18 Assam | July 21, 2021,9:38 pm IST -
Assam Kidney Racket : এইবাৰ দৰঙত মানৱ অংগ সৰবৰাহকাৰীৰ সৈতে জড়িতৰ অভিযোগত এজনক আটক
নিশা ১২ বজাত মৰিগাঁও আৰক্ষীয়ে মানৱ অংগ সৰবৰাহকাৰী মিটু দাসক মৰিগাঁৱলৈ লৈ যায়।...
| News18 Assam | July 16, 2021,11:19 am IST -
হৃদয়বিদাৰক! পোন্ধৰ বছৰে পিঞ্জৰাত আবদ্ধ এজন যুৱক, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা এক জীৱন
পাঁচ বছৰ বয়সতে সি পিন্ধি থকা গাৰ কাপোৰ যি খুলি পেলাইছিল, সেই দিন ধৰি কাপোৰৰ সতে তাৰ শত্ৰুতা।...
| News18 Assam | July 11, 2021,10:23 am IST -
দৰঙত গাহৰি পালকৰ মাজত হাহাকাৰ, গাহৰিৰ দেহত ধৰা পৰিছে আফ্ৰিকান ছোৱাইন ফ্লু
| News18 Assam | July 9, 2021,9:54 am IST -
‘খিলঞ্জীয়া কৃষকসকলে আত্মজাহ দিয়াৰ প্ৰয়োজন নাই, তেওঁলোকক আত্মসংস্থাপনহে দিয়া হ’ব’ –
থলুৱা লোকৰ কাৰণে চৰকাৰে যি যাত্ৰা আৰম্ভ কৰিছে তাত থলুৱাৰ কৃষকসকলৰ শংকাৰ কোনো কাৰণ নাই।...
| News18 Assam | July 1, 2021,6:19 pm IST -
Orang National Park: পৰ্যালোচনা বৈঠক বনমন্ত্ৰীৰ, পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ লগতে বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ
চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য-সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান বনমন্ত্ৰীৰ...
| News18 Assam | June 14, 2021,9:55 pm IST