ছবিত দেখা এই মৰমলগা শিশুটি বৰ্তমান বলীউডৰ ৰকষ্টাৰ ! কোন বাৰু তেওঁ ?
মনোৰঞ্জন |জিঅ' চিনেমাৰ ডিজিটেল পাৱাৰপ্লেয়ে আই পি এল ২০২৩ (JioCinema’s Digital Powerplay in TATA IPL 2023) চোৱাৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছে। ১২ কোটিতকৈও অধিক দৰ্শকে আটাইতকৈ ৰোমাঞ্চকৰ টাটা আই পি এল ফাইনেল উপভোগ কৰিছে।
দেশ |ৰাজ্যৰ ভিতৰতে আজিৰ দিনটোত অধিক তাপ মান গুৱাহাটী মহানগৰ আৰু তেজপুৰ চহৰত। গুৱাহাটী আৰু তেজপুৰত আজি সৰ্বোচ্চ তাপ মান আছিল ৩৭ ডিগ্ৰী চেলছিয়াছ ।
অসম |IPL 2023: আই পি এলৰ প্ৰতিটো ছিজনতে ছয়ৰ সংখ্যা বাঢ়ি আহিছে। যোৱা তিনি বছৰত, ছয়ৰ সংখ্যা প্ৰায় দুগুণ হৈছে। ২০২১ চনত ৬৮৭, ২০২২ চনত ১০৬২ আৰু ২০২৩ চনত সেই সংখ্যা ১১২৪ লৈ বৃদ্ধি হৈছে।
ক্ৰীড়া |Highest Paid Bollywood Actress: বলীউডৰ কোন অভিনেত্ৰীৰ পাৰিশ্ৰমিক কিমান ? দীপিকা-কেটৰিনা-আলিয়া নহয়, বলীউডৰ আটাইতকৈ দামী অভিনেত্ৰী কোন ?
মনোৰঞ্জন |জুন মাহত কিছুমান এনেকুৱা পৰিৱৰ্তন হ'ব যিয়ে সাধাৰণ মানুহৰ পকেট আৰু মাহিলী বাজেটৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলাব।
জীৱন শৈলী |Sandalwood Paste in Beauty Care: চন্দনৰ আৱৰণে আমাক গ্ৰীষ্মকালত দিয়ে স্নিগ্ধতাৰ পৰশ আৰু সমানে লয় ছালৰ যত্নও ...
জীৱন শৈলী |Shubman Gill, Virat Kohli: গুজৰাট টাইটানছৰ তাৰকা শুভমান গিলে আই পি এল ২০২৩ ত সৰ্বাধিক স্ক'ৰৰ বাবে অৰেঞ্জ কেপ জিকিছে। সোঁহাতৰ বেটছমেনজনে তিনিটা শতক আৰু চাৰিটা অৰ্ধ-শতকসহ ছিজনত মুঠ ৮৯০ ৰাণ সংগ্ৰহ কৰিছে। তেওঁ এই ছিজনত ৩৩ টা ছয় আৰু ৮৫ টা চাৰি মাৰিছিল। কিন্তু কোহলীৰ অভিলেখ ভংগ কৰিব নোৱাৰিলে।
ক্ৰীড়া |বুধ বৰ্তমান মেষ ৰাশিত আছে আৰু ৭ জুন, ২০২৩ তাৰিখে বৃষ ৰাশিত প্ৰৱেশ কৰিব। লগে লগে, ৰাশিচক্রৰ ১২ টা ৰাশিৰ ভিতৰত ৫ টাৰ বিশেষ ভাগ্য থাকিব, বুধে সেই ৰাশিৰ লোকসকলক সম্পূৰ্ণ দয়া দেখুৱাব। চাওঁ আহক সেই ৰাশিবোৰ কি কি আৰু তেওঁলোকৰ সৌভাগ্য কেনেদৰে উদ্ভৱ হ'ব ?
জীৱন শৈলী |WhatsApp Update: এপটো আপডেট কৰিলেই এই নতুন সুবিধাবোৰ পোৱা যাব ! কি নতুন পৰিৱৰ্তন WhatsAppত ?
প্ৰযুক্তি |আপুনি ইউআইডিএআই (UIDAI) ৱেবছাইটলৈ গৈ আপোনাৰ আধাৰ নম্বৰ (Aadhar Number) পুনৰুদ্ধাৰ কৰিব পাৰে। সেয়েহে, যদি আপুনি আপোনাৰ আধাৰ কাৰ্ড (Aadhar Card) হেৰুৱায়, আপুনি চিন্তা কৰিব নালাগে।
জীৱন শৈলী |Benefits of Neem Leaves in Summer: নিমগছৰ কিমান যে উপকাৰ ! নিমপাতে আঁতৰ কৰিব পাৰে বহুতো ৰোগ, যত্ন ল'ব পাৰে আপোনাৰ ছালৰো ...
স্বাস্থ্য |Ms dhoni golden duck: হয়তো তেওঁ জীৱনৰ শেষ খেলখন খেলি আছিল আৰু বেটৰ পৰা নিগৰিছিল গ'ল্ডেন ডাক ! তথাপিও বেটিং, কিপিঙৰ পৰা অধিনায়কত্বলৈ অতুলনীয় মাহী ...
ক্ৰীড়া |দেশৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাগৰাকী কোন জানেনে ? আজি সেই অভিনেতাজনৰ কাহিনী জানো আহক ...
মনোৰঞ্জন |চেন্নাইৰ সকলো শক্তি চাই সুদৰ্শনৰ সন্মুখত বিফল হোৱা দেখা গৈছিল। যুৱ বেটছমেনজনে পৃথিৱীৰ সৰ্ববৃহৎ ষ্টেডিয়ামত ৬ টা আকাশচুম্বী ছিক্সাৰ আৰু ৮ টা চাৰি মাৰিছিল। আনকেপড ভাৰতীয় সুদৰ্শনে মাত্ৰ ৪৭ টা বলত ৯৬ ৰাণ সংগ্ৰহ কৰে।
ক্ৰীড়া |New Parliament Building: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে'ত নতুন সংসদ ভৱন উদ্বোধন কৰে। অৱশ্যে, বিৰোধীয়ে ইয়াৰ ব্যয়বহুল আৰু অপ্ৰয়োজনীয় নিৰ্মাণৰ বাবে আৰম্ভণিৰে পৰা বিৰোধিতা কৰি আহিছে। কিন্তু আপুনি জানেনে যে ভাৰতৰ এই নতুন সংসদ ভৱনতকৈ বহু গুণ বেছি ধন ব্যয়েৰে নিৰ্মাণ কৰা অষ্ট্ৰেলিয়াৰ সংসদক বিশ্বৰ আটাইতকৈ ব্যয়বহুল সংসদ বুলি গণ্য কৰা হয়?
দেশ |Weight Loss Tips: আপুনি জীৱনত কিছু নিয়মীয়া পৰিৱৰ্তন কৰিব পাৰে আৰু বৰ্ধিত ওজন তৎক্ষণাৎ হ্ৰাস কৰিব পাৰে। পুষ্টিবিদসকলে এনে লোকসকলৰ বাবে ৬ টা বস্তু তালিকাভুক্ত কৰিছে।
স্বাস্থ্য |এই ৪ টা চুপাৰ ফুডে ডায়েবেটিচ হ্ৰাস কৰিব পাৰে ! ডায়েবেটিচ হ্ৰাস কৰিবলৈ যাদুকৰী সূত্ৰ শিকক ...
স্বাস্থ্য |Sara Shubman: বলীউডৰ তাৰকাসকলৰ প্ৰেমৰ কথা নতুন নহয়, এইবাৰ বলীউডত চাৰা আলী খান আৰু শুভমান গিলৰ বিষয়ে নতুন বাতৰি আহিছে।
ক্ৰীড়া |IPL 2023 Final: আই পি এল ২০২৩ মেগা ফাইনেল ২৮ মে' দেওবাৰে অনুষ্ঠিত হ'ব। ধোনীৰ চেন্নাই চুপাৰ কিংছ আৰু হাৰ্দিক পাণ্ডিয়াৰ গুজৰাট টাইটানছ সিদিনা মুখামুখি হ'ব। গুজৰাটে ঘৰুৱা মাটিত একেৰাহে দ্বিতীয়বাৰৰ বাবে ট্ৰফী হস্তগত কৰিব নতুবা এম এছ ধোনীৰ দলে পঞ্চমবাৰৰ বাবে ট্ৰফী জিকি এক নতুন ইতিহাস সৃষ্টি কৰিব।
ক্ৰীড়া |মানুহে কিমান বছৰ ধৰি কেলকুলেটৰ ব্যৱহাৰ কৰি আহিছে? কিন্তু বেছিভাগ মানুহে কেলকুলেটৰৰ সকলো বুটামৰ বিষয়ে অৱগত নহয়। আমাৰ মাজৰ বহুতে GT, MU আৰু MRCৰ দৰে বুটাম অন্তৰ্ভুক্ত কৰাৰ অৰ্থ বা ফাংচন নাজানে।
জীৱন শৈলী |Dream: প্ৰাক্তন সংগীক সপোনত দেখাটো একেবাৰে ভাল নহয় ! সপোনৰ ফলাফলৰ জগতখনৰ কথা আপুনি জানি আচৰিত হ'ব ...
জীৱন শৈলী |এই পাচলি খালে কলেষ্টেৰল হ্ৰাস হ'ব! ৰক্তচাপো খৰখেদাকৈ হ্ৰাস পাব, বিশদ জানক
স্বাস্থ্য |শুভমান গিলৰ (Shubman Gill) শতকৰ পিছত, মোহিত শৰ্মাৰ (Mohit Sharma) সুন্দৰ বলিং, ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক (GT vs MI) কোৱালিফায়াৰ ২ ত ৬২ৰাণত পৰাস্ত কৰি আই পি এল ২০২৩ (IPL 2023) ৰ ফাইনেলত প্ৰৱেশ কৰে।
ক্ৰীড়া |